আঞ্চলিক সংবাদ

June 15, 2025 12:30 PM

views 18

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ অধ্যাপক ড° সংগীতা শ‍ইকীয়াইৰ আহ্বান

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ নতুন পদ সৃষ্টিৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অনুদান বিচাৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুৰোধ জনাবলৈ বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰবী অধ্যাপক ড° সংগীতা শ‍ইকীয়াই আহ্বান জনাইছে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰ...

June 15, 2025 12:23 PM

views 32

ৰাজ্য চৰকাৰৰ প্রশাসনীয় পৰ্যায়ত শীৰ্ষ পদৰ সালসলনি

ৰাজ্য চৰকাৰে কালি এখন অধিসূচনা যোগে শীর্ষ প্রশাসনীয় পৰ্যায়ত পদৰ সালসলনি ঘটাইছে। এই অনুসৰি মুখ্য সচিব ড০ ৰবি কোটাক বাণিজ্য উদ্যোগ, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্ত্তীক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব হি...

June 15, 2025 12:07 PM

views 12

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ জেইল ৰোডত চিটী হাস্পটালৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ অন্তর্গত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮, ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব।ইয়াৰ পূৰ্বে মুখ্যমন...

June 15, 2025 12:02 PM

views 15

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ প্রকাশ

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থা ৰূপে পৰিগণিত হোৱাৰ দিশে ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। তেওঁ কয়, যে বিগত ১১ বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক আৰু দুর্নীতিমুক্ত শাসনৰ বাবেই এয়া সম্ভৱ হৈ ...

June 14, 2025 8:04 PM

views 11

চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন সর্বানন্দ সোণোৱাল আৰু পিযুষ হাজৰিকাৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি চাবুৱাৰ বালিজানৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। বালিজান নৰ্থ চাহ বাগিছা আৰু বগৰীতলীয়াৰ ব্ৰহ্মপুত্ৰ নদীকাষৰীয়া প্ৰা ডেৰ কিলোমিটাৰ এলেকা অতি বিপজ্জনক আৰু আন ৩ কিলোমিটাৰ অঞ্চল বিপজ্জনক হিচাপে চিনাক্ত কৰ...

June 14, 2025 8:02 PM

views 24

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগত হোৱা গেছৰ নির্গমন অব্যাহত

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন আজিও অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন এতিয়ালৈ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ...

June 14, 2025 7:57 PM

views 27

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এইবাৰৰ ৰক্তদাতা দিৱসৰ বাণী হ'ল তেজ দিয়ক, আশা দিয়ক, সকলোৱে মিলি জীৱন ৰক্ষা কৰক। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পালন কৰা বিশ্ব ৰক্তদাতা দিৱসত কুৰিগৰাকী লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান ক...

June 14, 2025 7:52 PM

views 20

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ড° সংগীতা শ‍ইকীয়া আৰু ফেন্সী চুতিয়াৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হবলগীয়া দৃষ্টিপাত অনুষ্ঠানত আজি শুনিবলৈ পাব অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছত এই বিষয়ৰ প্ৰথমখন গৱেষণা পত্ৰৰ প্ৰকাশৰ তত্বাৱধায়ক অধ্যাপক, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ড° সংগীতা শ‍ইকীয়া আৰু গৱেষিকা ফেন্সী ...

June 14, 2025 7:49 PM

views 13

ডিব্ৰুগড়ত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

 ডিব্ৰুগড়ত দুদিনীয়া ভ্রমণসূচীৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কিছুসময় পূৰ্বে ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অন্তৰ্গত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ ...

June 14, 2025 6:35 PM

views 10

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ৰিংকু দাসৰ ৰূপৰ পদক অৰ্জন

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ভাৰতৰ ৰিংকু দাসে ৰূপৰ পদক অৰ্জন কৰিছে। ভূটানৰ থিম্পুত অনুষ্ঠিত এই প্রতিযোগিতাত অসমৰ খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।