June 14, 2025 11:58 AM
29
বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ
বিহু আৰু ঝুমইৰ দৰে বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ বাবে অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগ, বড়ো সাহিত্য সভা, সদৌ বড়ো ছাত্ৰ সন্থা, দুলাৰায় বড়ো হৰিমুৰা আফাত আৰু দুলাৰায় বাথৌ গৌ...