June 15, 2025 7:42 PM
10
বিটিআৰ প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বাৰা শুভাৰম্ভ
বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ কাম সুচল কৰি তোলাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় পৰ্যায়ৰ মিছন বৈসুমুঠি শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ৰ এই অভিযানৰ সফলতাৰ পাছত বিটিআৰ প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ জৰিয়তে কেইবাটাও ভূমি সংক্রান্তিয় সেৱা আগবঢ়াবলৈ সাজু হৈ...