June 14, 2025 6:33 PM
30
গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক
ধুবুৰীত গো-মাংসকেন্দ্ৰিক ঘটনাৰ বাবে আৰক্ষীয়ে যোৱা নিশা সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ৩৮জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে কালি আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই জিলাখনৰ সকলো দাগী অপৰাধীকো গ্ৰেপ্তাৰ কৰাৰ বাবে নির্দেশ দিছিল। জিলাখনত যোৱা কেইবামাহ মান ধৰি পশ্চিম...