আঞ্চলিক সংবাদ

June 29, 2025 7:23 PM

views 17

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ জিলাৰ গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰে। ড° শৰ্মাই প্ৰথমে ৰংঘৰ পৰিদৰ্শন কৰি প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্রস্তুতি সম্পর্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ...

June 29, 2025 12:21 PM

views 26

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে’ল চলাচলৰ পৰিকল্পনা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই আজি বদৰপুৰ-লামডিং অংশৰ জাতিংগা-লামপুৰ ষ্টেচনৰ মাজেৰে কেইবাখনো ৰে'ল চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰথম অৱস্থাত মালবাহী ৰে'ল চলাই ট্ৰেকৰ সবিশেষ পৰীক্ষা কৰি উঠাৰ পাছত যাত্ৰীবাহী ৰে'ল চলোৱা হ'ব। উল্লেখযোগ্য যে এই অঞ্চলটোত ভূমিস্খনৰ ফলত জমা শিল, মাটি আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰাৰ ...

June 29, 2025 12:17 PM

views 29

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিবঃ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসম প্ৰকাশন পৰিষদে হেমকোষ আৰু চন্দ্ৰকান্ত অভিধান প্ৰকাশ কৰি বিদ্যালয় আৰু মহাবিদ্যালয়ত বিনামূলীয়াকৈ বিতৰণ কৰিব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয় যে হেমকোষ অসমৰ বাবে জাতীয় সম্পদ। যিহেতু হেমকোষ এতিয়া কপিৰাইটৰ ভিতৰত নপৰে, সেইবাবে যিকোনো ব্যক্তিয়...

June 29, 2025 12:13 PM

views 13

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা আৰু অৰ্থনৈতিক পৰিকল্পনাৰ বাটকটীয়া অধ্যাপক প্রশান্ত চন্দ্ৰ মহালান’বিছৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষত ৭৫ বছৰীয়া ৰাষ্ট্ৰীয় নমুনা জৰীপ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। এই দিৱস উপলক্ষে নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ৰাও ই...

June 29, 2025 12:08 PM

views 28

সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুতৰ পৰিকল্পনা কৰা হৈছে বুলি সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিৰ প্ৰকাশ

সাপে দংশন কৰা লোকৰ জীৱন ৰক্ষাৰ বাবে ৰাজ্যত এণ্টি ভেনম প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি বিশিষ্ট সর্পদংশন বিশেষজ্ঞ ডাঃ সুৰজিত গিৰিয়ে প্ৰকাশ কৰিছে। এই পৰিকল্পনা অহা ৫ৰ পৰা ৭ বছৰৰ ভিতৰত বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত যোৱা নিশা প্ৰচাৰিত...

June 29, 2025 12:03 PM

views 26

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পুৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া চলি আছে। এই অনুসৰি পহিলা জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা সাত হাজাৰ ৫৮৮ টা শিক্ষক পদ প...

June 28, 2025 11:07 PM

views 16

জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত পৰিদৰ্শন ভৱনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বৈঠক

জলসম্পদ তথা জনসংযোগ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই জাগীৰোডৰ পৰিদৰ্শন ভৱনত মৰিগাঁও জিলাৰ আয়ুক্ত, জাগীৰোড সমজিলা আয়ুক্ত তথা অন্যান্য বিষয়াসকলৰ সৈতে আজি এখন বৈঠকত অংশগ্রহণ কৰে। জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। মৰিগাঁও জিলাখনৰ লগতে জাগীৰোড সমষ্টিৰ বিভিন্ন উন্নয়নমূলক...

June 28, 2025 10:56 PM

views 8

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত ‘সুৰৰে দেউলৰে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেচনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দিপক কুমাৰ দাস আৰু ছা...

June 28, 2025 10:41 PM

views 13

গুৱাহাটীত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘ইমাৰজেন্সি ডায়েৰীছ’ নামৰ গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰজেন্সি ডায়েৰীছ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্রাফ্‌ট ফাউণ্ডেচনে সংকলন কৰা কিতাপখনৰ আগকথা প্রধা...

June 28, 2025 10:23 PM

views 74

২০২৫-২৬ নতুন শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয়লৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নীতি-নিৰ্দেশনা

ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২৫-২৬ নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্রযোজ্য হোৱাকৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।