আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা আৰু অৰ্থনৈতিক পৰিকল্পনাৰ বাটকটীয়া অধ্যাপক প্রশান্ত চন্দ্ৰ মহালান’বিছৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে এই দিৱস উদযাপন কৰি অহা হৈছে। এই বৰ্ষত ৭৫ বছৰীয়া ৰাষ্ট্ৰীয় নমুনা জৰীপ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। এই দিৱস উপলক্ষে নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী ৰাও ইন্দ্ৰজিৎ‍ সিঙৰ উপস্থিতিত বিশেষ কার্যসূচী গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।