আঞ্চলিক সংবাদ

June 30, 2025 8:49 PM

views 53

ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ‘আছাম জাষ্টিছ’ শীৰ্ষক এটা প’ৰ্টেল মুকলি

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প'ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই প'ৰ্টেলটো মুকলি কৰে। শ্ৰীশ‍ইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্...

June 30, 2025 8:44 PM

views 24

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা ৯.৩০ বজাত বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্র স্থাপন কৰিব। প্রয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হ'ব। অষ্ট সপ্ততিতম্ প্ৰতিষ...

June 30, 2025 8:36 PM

views 16

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ

আকাশবাণী তেজপুৰ কেন্দ্ৰই কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ ল...

June 30, 2025 8:33 PM

views 35

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে

মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ যাত্ৰা কৰা এছ বি প্রীতিশ নামৰ ফেৰীখন আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কমলাবাৰী ঘাট অস্থায়ীভাৱে বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে কালিও ব্ৰহ্মপুত্ৰৰ মাজত এছ বি জলতৰি নামৰ আন এখন ফেৰী আবদ্ধ হৈ পৰাত যাত্ৰীৰ মা...

June 30, 2025 8:30 PM

views 29

নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

অসমীয়া সাহিত্য-সংস্কৃতিলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা নামৰূপ শাখা সাহিত্য সভাৰ নৱনিৰ্মিত ভৱন আজি সাংসদ ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে উদ্বোধন কৰে। এই নৱনিৰ্মিত ভৱনে অনাগত সময়ত সাহিত্য, সংস্কৃতি তথা সমাজৰ উন্নয়নৰ হকে কৰা কাম-কাজসমূহ আগবঢ়াই নিয়াত বিশেষ ভূমিকা পালন কৰিব বুলি আশা ক...

June 30, 2025 8:26 PM

views 35

অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ গভীৰ উদ্বেগ প্রকাশ

ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে। বিদ্যালয় শিক্ষা বিভাগে ইয়াৰ কাৰণসমূহৰ বিস্তৃত অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতা...

June 30, 2025 7:52 PM

views 76

মেঘালয়ত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল’বলৈ নির্দেশনা

পৰ্যটকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পূৱ খাচী পাহাৰ জিলাৰ উপায়ুক্ত তথা জিলা পৰ্যটন প্ৰসাৰ সমিতিৰ অধ্যক্ষই মেঘালয়ত জিলাখনত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল'বলৈ এটা নির্দেশনা জাৰি কৰিছে। আজি শ্বিলঙত প্রকাশিত এখন জাননীযোগে এই বিষয়ে সদৰি কৰা হৈছে। ট্...

June 30, 2025 7:37 PM

views 29

অন্যান্য খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছেঃ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে আন আন খণ্ডৰ লগতে প্ৰযুক্তিয়ে পশু চিকিৎসাৰ ঔষধ আৰু যতনলৈ অভূতপূৰ্ব পৰিৱৰ্তন সাধনৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ প্ৰদেশৰ বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাগ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ ব্যৱ...

June 30, 2025 7:11 PM

views 30

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুমাহজোৰা কাৰ্যসূচীৰে শিশুৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে অংগনৱাড়ী কৰ্মীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত আজিৰে পৰা দুমাহজোৰা কাৰ্যসূচীৰে শিশুৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে অংগনৱাড়ী কৰ্মীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ সৌজন্যত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত অনুষ্ঠিত এই প্রশিক্ষণ শিবিৰত জিলাখনৰ ৰংখাং আৰু ছ’...

June 30, 2025 7:09 PM

views 31

তিনিচুকীয়াৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত হৈছে। সপ্তাহজোৰা এই প্ৰশিক্ষণত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্রশিক্ষকসকলে বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। এই প্রশিক্ষণ কাৰ্যসূচীত আজি ভালেসংখ্যক ছাত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।