আঞ্চলিক সংবাদ

July 2, 2025 12:41 PM

views 59

২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে: মুখ্যমন্ত্ৰী

ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয...

July 2, 2025 1:35 PM

views 13

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ড০ ...

July 1, 2025 8:21 PM

views 19

নগাঁৱত মন্ত্ৰী ৰূপেশ গোৱালাৰ পর্যালোচনা বৈঠক

নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ চাহ কল্যাণ, চাহ জনজাতি, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ শ্ৰম বিভাগ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ, উদ্যোগ, মহকুমা ক...

July 1, 2025 8:14 PM

views 15

বৰাক উপত্যকাৰ বিভিন্ন প্রকল্প ক্ষিপ্ৰতাৰে ৰূপায়ণত গুৰুত্ব আৰোপ

বৰাক উপত্যকা উন্নয়ন বিভাগৰ উদ্যোগত অঞ্চলটোৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন প্রকল্প ক্ষীপ্ৰতাৰে ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজি শিলচৰৰ চাৰ্কিত হাউচত বিভাগৰ অস্থায়ী কার্যালয় উদ্বোধন কৰি মন্ত্ৰী কৌশিক ৰায়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে এই কার্যালয় স্থায়ীভাৱে অহা জানুৱাৰী মাহত শ্ৰীকো...

July 1, 2025 8:07 PM

views 22

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ পৰিয়ালে আগবঢ়োৱা আলোকচিত্র আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ...

July 1, 2025 2:20 PM

views 32

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন

দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰা জিলা দিৱস পালন কৰা হৈছে। অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ১৯৮৩ চনৰ এক জুলাইত তিনিখন পৃথক জিলা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত চাৰি বছৰৰ পৰা পহিলা জুলাইৰ দিনটো গোৱালপাৰা জিলা দিৱস হিচাপে পালন কৰি অহা হৈছিল। জিলা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা পঞ্চৰত্...

July 1, 2025 2:13 PM

views 13

বিশিষ্ট কবি অনুভৱ তুলসীৰ চিকিৎসালয়ত দেহাৱসান

বিশিষ্ট কবি অনুভৱ তুলসীৰ আজি পুৱা মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ কবিগৰাকী কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। ১৯৫৮ চনত নগাঁৱত জন্মগ্ৰহণ কৰা অনুভৱ তুলসীয়ে কেইবাখনো কবিতা পুথিৰ জৰিয়তে অসমীয়া সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে।

July 1, 2025 2:01 PM

views 27

ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কালি জিলাখনৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাছনি তালিকাৰ তেওঁ ভালদৰে পৰ্যবেক্ষণ কৰিছে আৰু সেইসমূহ উপযুক...

July 1, 2025 1:51 PM

views 18

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৮ বছৰ

শ্ৰোতাৰ আদৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্ট সপ্ততিতম্ প্ৰতিষ্ঠা...

June 30, 2025 8:56 PM

views 37

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।