June 1, 2025 8:40 PM June 1, 2025 8:40 PM
13
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ উপ সমিতিৰ বৈঠক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ উপ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ২০০৬ চনৰ ১ জানুৱাৰীত বা তাৰ আগেয়ে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খছৰা বিধেয়ক সন্দৰ্ভত পর্যালোচনা কৰা হয়। এই বৈঠকত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণ পত্র, নিম্ন মাধ...