আঞ্চলিক সংবাদ

July 3, 2025 1:15 PM

views 8

অসমৰ চাহৰ ঐতিহ্য অধ্যয়নৰ লক্ষ্যৰে যোৰহাটত দক্ষিণ কোৰিয়াৰ ২৪জনীয়া প্ৰতিনিধিৰ দল

২০০ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহৰ ঐতিহ্য অধ্যয়ন কৰাৰ লক্ষ্যৰে দক্ষিণ কোৰিয়াৰ ২৪ জনীয়া প্ৰতিনিধিৰ দল কালি যোৰহাটত উপস্থিত হৈছে। দলটোৱে মেলেং চাহ বাগিচাত পাত তোলাৰ পৰা প্ৰসংস্কৰণলৈকে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যৱেক্ষণ কৰে। এনে অধ্যয়নমূলক ভ্রমণে চাহৰ বিশ্বজনীন সম্ভাৱনীয়তাক অধিক প্ৰসাৰিত কৰিব বুলি মু...

July 2, 2025 8:32 PM

views 12

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত শচীন গগৈৰ সৈতে মুকলি বাৰ্তালাপ প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ জুলাই, শনিবাৰে নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰী গগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল’ব আকাশবাণী গুৱাহাটীৰ...

July 2, 2025 8:29 PM

views 13

ৰাজ্যত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। শ্রীভূমি জিলাৰ ৩ টাকৈ স্থানত আৰক্ষীয়ে অভিযান চলাই গো-মাংসসহ দুজন লোকক আটক কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে অভিযান চলোৱা হোটেলকেইখন চীল কৰি দিয়ে।

July 2, 2025 8:27 PM

views 22

গ্রীষ্মবন্ধত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

গ্রীষ্মবন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে বিদ্যালয় শিক্ষা বিভাগ বা সমগ্র শিক্ষা অভিযানে কোনো নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। তেওঁ অৱশ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিক গ্রীষ্মকালিন বন্ধৰ সময়ত স্বেচ্ছাই আগ্রহী শ...

July 2, 2025 8:24 PM

views 22

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত দক্ষতা বিকাশৰ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত বিত্ত প্রযুক্তি বিষয়ক দক্ষতা বিকাশৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তথ্যপ্রযুক্তি আৰু বিজ্ঞান মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জিলিঙণী শীর্ষক এই কাৰ্যসূচী উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগ...

July 2, 2025 8:13 PM

views 12

১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত

ৰাজ্যৰ প্ৰতিখন জিলাতে ১ জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে শস্য বীমা সপ্তাহ, ২০২৫ অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বীমা কোম্পানীৰ উদ্যোগত কৃষকৰ মাজত শস্য বীমাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে চলোৱা এই অভিযানৰ অধীনত প্ৰত্যেক কৃষি উন্নয়ন চক্ৰত পঞ্চায...

July 2, 2025 8:09 PM

views 23

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজি জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ কোনো লোকক সৰ্পই দংশন কৰিলে ততালিকে এই কেন্দ্ৰলৈ আনিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জগত সিং তেৰণে আহ্বান জনায়। পৰৱৰ্তী সময়ত জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত সর্প দ...

July 2, 2025 8:06 PM

views 22

শিৱসাগৰত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত

শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমুৰীয়া ঘাটত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰ কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছে। দিখৌ নৈত গা ধুবলৈ যোৱা একেখন বিদ্যালয়ৰ ৬ জন কিশোৰৰ দুজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই।  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিশোৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু কাপোৰ ...

July 2, 2025 8:04 PM

views 27

মুখ্যমন্ত্রী বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত ৬ জন লোকক গ্ৰেপ্তাৰ

গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ বটল নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত এতিয়ালৈ ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে আজি এখন সংবাদ মেলযোগে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত ৰাহুল ফুকনক জেললৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত দীপাংকৰ ডেকা, ঋষিৰাজ বাৰতিয়াল, প্ৰাণ হৰি ফ...

July 2, 2025 8:00 PM

views 12

দেশভক্তি দিৱস উপলক্ষে অহা ২৭ জুলাইত কুইজ প্রতিযোগিতাৰ আয়োজন

দেশভক্তি দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে অহা ২৭ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ নেতৃত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্রদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ প্ৰয়াস হিচাপে এই কুইজ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।