আঞ্চলিক সংবাদ

July 3, 2025 1:51 PM

views 11

ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে জি এছ টি বিভাগৰ অভিযান

ৰাজ্য চৰকাৰৰ জি এছ টি বিভাগে কালি মাজনিশাৰে পৰা ধুবুৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ ফাঁকিৰ বিৰুদ্ধে অভিযান চলায়। চহৰখনৰ এনে একাংশ প্রতিষ্ঠানে সামগ্ৰী আৰু সেৱা কৰ ফাঁকি দি ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই অভিযান চলোৱা হয়।  এনে অভিযানৰ অংশ হিচাপে ধুবুৰীৰ নিউ ঘাটত থকা...

July 3, 2025 1:49 PM

views 10

ৰাজ্যৰ ২৫খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বৈঠক

চাৰি বছৰীয়া সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে অনুমোদন জনোৱা ২৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এখন ভার্চুৱেল বৈঠকৰ জৰিয়তে মত বিনিময় কৰে। ডাঃ পেগুৱে এই পাঠ্যক্ৰমৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্রত্যাহ্বান সন্...

July 3, 2025 1:47 PM

views 11

আকাশবাণী গুৱাহাটীৰ ৫ জুলাইৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিবিচিৰ সাংবাদিক শচীন গগৈ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৫ জুলাই, শনিবাৰে নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত বি বি চিৰ নতুন দিল্লীস্থিত সম্পাদনা মেজৰ সাংবাদিক শচীন গগৈৰ সৈতে এটা মুকলি বাৰ্তালাপ প্ৰচাৰ কৰিব। শ্ৰী গগৈৰ সৈতে এই অন্তৰংগ বাৰ্তালাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ...

July 3, 2025 1:46 PM

views 20

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন জব্দ

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বনাঞ্চলৰ পৰা অবৈধভাৱে কাঠ সৰবৰাহ কৰা দুখন বাহন কালি বন বিভাগে জব্দ কৰে। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ অচিলা লৈ একাংশ লোকে অবৈধভাৱে এই কাঠখিনি সৰবৰাহৰ চেষ্টা কৰিছিল। বন বিভাগে লংকা অভিমুখে গৈ থকা অৱস্থাত কাঠ ভর্তি বাহন দুখন জব্দ...

July 3, 2025 1:25 PM

views 15

আমেৰিকাৰ বার্মিংহামত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইৰ স্বর্ণপদক

আমেৰিকাৰ বার্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লং জাম্প ইভেণ্টত স্বর্ণপদক জয় কৰিছে। অসম ৰাইফল্‌ছক প্রতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে ২১ ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফল্‌ছত কৰ্মৰত।

July 3, 2025 1:23 PM

views 15

ৰাজ্যৰ ১০,৩৮১খন বিদ্যালয়ত অনুষ্ঠিত নহ’ল সমগ্ৰ শিক্ষাৰ সাময়িকী মূল্যাংকন পৰীক্ষা

সমগ্র শিক্ষা, অসমে নির্দেশনা জাৰি কৰা অনুসৰি সাময়িকী মূল্যাংকন পৰীক্ষা–PET ৰাজ্যৰ দহ সহস্রাধিক বিদ্যালয়ে অনুষ্ঠিত নকৰিলে। যোৱা ১৬ আৰু ১৭ জুনত সমগ্ৰ শিক্ষাই ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। ৰাজ্যখনত থকা ৪৩ হাজাৰ ৭১৬খন বিদ্যালয়ৰ ভিতৰত ৩৩ হাজাৰ ৩৩৫ খন বিদ্যালয়...

July 3, 2025 1:21 PM

views 7

ৰাজ্যৰ নগৰাঞ্চলৰ সুপৰিকল্পিত-দ্ৰুত বিকাশৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰাঞ্চলৰ সুপৰিকল্পিত আৰু দ্ৰুত বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১০ চহৰ এক ৰূপায়ণ শীৰ্ষক এটা প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে । অসমৰ ১০ খন আগশাৰীৰ চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁ...

July 3, 2025 1:20 PM

views 6

ৰাজ্যত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে এমাহতে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি

ৰাজ্যত এমাহতে অসাধু ব্যৱসায়ীয়ে ১,৪০০ কোটি টকাৰ কৰ ফাঁকি দিছে। যোৱা মাহত ৩৫২টা ভুৱা পঞ্জীয়নৰ জৰিয়তে ব্যৱসায়ীসকলে কোনো সামগ্রী ক্রয়-বিক্রয় নকৰাকৈ এই বৃহৎ পৰিমাণৰ ধনৰাশি আত্মসাৎ কৰে। ৰাজ্যৰ যুটীয়া কৰ আয়ুক্ত অৰুণিমা চৌধুৰীয়ে কালি এখন সংবাদমেলযোগে কয়, যে ভুৱা পঞ্জীয়ন কৰা ৪৩ জন ব্যৱসায়ীক যোৱা...

July 3, 2025 1:18 PM

views 11

উত্তৰ-পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ

উত্তৰ-পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰতো অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে। ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ...

July 3, 2025 1:16 PM

views 9

ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা-বিষয়াক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১ টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা বিষয়া-বৰ্গক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।