আঞ্চলিক সংবাদ

June 2, 2025 10:45 AM June 2, 2025 10:45 AM

views 13

সাহিত্যিক লুম্মেৰ ডাইৰ ওপজা দিন পালন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে প্ৰথিতযশা, সাহিত্যিক, সাংবাদিক লুম্মেৰ ডাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ ডাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অস...

June 2, 2025 10:19 AM June 2, 2025 10:19 AM

views 21

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰত ৪ জন লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত কালি ব্ৰহ্মপুত্ৰত ৪ জনকৈ লোক সন্ধানহীন হয়। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলায় য...

June 2, 2025 10:15 AM June 2, 2025 10:15 AM

views 13

বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পান...

June 2, 2025 9:48 AM June 2, 2025 9:48 AM

views 21

অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণ...

June 1, 2025 9:17 PM June 1, 2025 9:17 PM

views 6

অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৫ দিনলৈ উত্তৰ-পূব ভাৰতত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগটোৱে অহা বুধবাৰলৈ কেৰালাৰ মাহে আৰু কৰ্ণাটকত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। তদুপৰি জম্মু, কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্‌ফ্ফৰবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্...

June 1, 2025 9:13 PM June 1, 2025 9:13 PM

views 6

মৰিগাওঁ আৰক্ষীৰ সহযোগত পুডুচেৰী আৰক্ষীৰ লাহৰিঘাটৰ পৰা দুজন চাইবাৰ অপৰাধী কৰায়ত্ত

পুডুচেৰী আৰক্ষীয়ে আজি মৰিগাওঁ আৰক্ষীৰ সহযোগত জিলাখনৰ লাহৰিঘাটৰ পৰা চাইবাৰ অপৰাধত অভিযুক্ত দুজন লোকক কৰায়ত্ত কৰে। ধৃত লোক দুজন জিলাখনৰ গৰিয়াবৰী গাওঁৰ আববাছ আলী আৰু বৰালীমাৰী গৰিয়া গাঁৱৰ হাজিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, দুয়োজন অভিযুক্তই পুডুচেৰীৰ এজন লোকৰ পৰা কৌশ...

June 1, 2025 9:04 PM June 1, 2025 9:04 PM

views 14

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত আজি ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন হৈ পৰিছে। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিয...

June 1, 2025 9:00 PM June 1, 2025 9:00 PM

views 19

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত বান সাহায্য প্রদানক লৈ জৰুৰীকালীন বৈঠক

ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জৰুৰীকালীন বান সাহায্য প্রদানক লৈ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানত ক...

June 1, 2025 8:50 PM June 1, 2025 8:50 PM

views 5

সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজি দিছপুৰৰ জনতা ভৱনত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শিক্ষকৰ আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধি কৰা সন্দৰ্ভত  মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ইতিবাচক সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আলোচনা কালত অসম ৰাজ্যিক প্ৰাথ...

June 1, 2025 8:46 PM June 1, 2025 8:46 PM

views 1

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাৰ ৰাজ্যিক নির্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শৰ্মাই আজি ৰাজ্যিক নির্বাচনী আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীশৰ্মাক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্ৰীশৰ্মাই ৬৫ বছৰ বয়স পর্যন্ত এই পদত কাৰ্যনিৰ্ব...