আঞ্চলিক সংবাদ

July 5, 2025 12:58 PM

views 59

দেওবাৰে সন্ধিয়া ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যান-জঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰ...

July 5, 2025 12:54 PM

views 28

নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত অসম

● অসমে যোৱা জানুৱাৰীৰ পৰা জুনৰ ভিতৰত চোৰাংচোৱা তথ্য আহৰণৰ উদ্দেশ্যে নেট গ্রীড সমাধান ব্যৱহাৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যসমূহৰ অন্যতম ৰূপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই সাফল্যৰ বাবে অসম আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে।

July 5, 2025 12:49 PM

views 13

চি আৰ পি এফৰ অভিযানত মেৰাপানীৰ সীমান্তত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ

◆ চি আৰ পি এফৰ এটা দলে আজি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে। চিগাৰেটখিনি নাগালেণ্ডৰ পৰা এখন ট্রাকযোগে গোলাঘাটলৈ সৰবৰাহ কৰা হৈছিল। চিগাৰেটখিনিৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। চি আৰ পি এফে ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক বাবাতু গগৈক...

July 5, 2025 12:44 PM

views 35

ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডৰ কাজিৰঙালৈ ৫ কোটি ৩০ লাখ টকা অনুদান

■ ৰাজহুৱা খণ্ডৰ মহাৰত্ন কোম্পানী আৰ ই চি লিমিটেডে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ বাবে কোম্পানীৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৫ কোটি ৩০ লাখ টকা অনুদান আগবঢ়াইছে। এই অনুদানৰ ধনৰাশিৰে ১২০টাৰো অধিক অবৈধ চিকাৰ বিৰোধী শিবিৰত সৌৰ শক্তি আৰু খোৱাপানীৰ সুবিধা উন্নত কৰা হ'ব। ইয়াৰ ফ...

July 5, 2025 12:39 PM

views 27

দেওবাৰে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক ঢালিগাঁৱত অনুষ্ঠিত হ’ব

■ অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ দ্বিতীয় পূৰ্ণাংগ কার্যনির্বাহক অধিবেশনখন কাইলৈ চিৰাঙৰ ঢালিগাঁৱত অনুষ্ঠিত হ'ব। বঙাইগাঁও শোধনাগাৰৰ চৌহদত হ'বলগীয়া এই অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি, প্রধান সম্পাদক আৰু বিষয়ববীয়া সকলৰ লগতে অসমৰ প্ৰতিখন জিলাৰ পৰা কেন্দ্ৰীয় কার্যনির্বাহক সদস্য-সদস্যাসকলে অংশগ্রহণ ক...

July 5, 2025 12:35 PM

views 50

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ

■ অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ কৰিছে। অসমীয়া, বাংলা, বড়ো আৰু ৰাজ্যৰ আদিবাসী ভাষাসমূহৰ বচা বচা ২২টা বিষয়ত পাণ্ডুলিপি প্রস্তুত কৰিবলৈ লেখকসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ অহা ৩১ জুলাই ধা...

July 5, 2025 12:30 PM

views 32

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৪গৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত উচ্চতম ন্যায়ালয়ৰ অনুমোদন

● উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিগৰাকী নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ যোৱা ১ জুলাইত অনুষ্ঠিত বৈঠকত জ্যেষ্ঠ অধিবক্তা অঞ্জন কলিতা আৰু ৰাজেশ মজুমদাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনায়। কলেজিয়ামে অসম ন্য...

July 4, 2025 8:06 PM

views 21

মণিপুৰৰ পাহাৰীয়া জিলাসমূহত মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ ব্যাপক তালাচী

অবৈধ অস্ত্র জমা কৰাসকলক দমনৰ বাবে মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ এটা দলে কালি মাজনিশাৰ পৰা আজি পুৱালৈকে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত ব্যাপক তালাচী অভিযান চলায়। মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অভিযানৰ সময়ত উদ্ধাৰকাৰী দলটোৱে গোলাবাৰুদ, বিস্ফোৰক আদিৰে...

July 4, 2025 7:35 PM

views 25

নৃত্যচার্য যতীন গোস্বামীক দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা প্ৰদান

পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যচার্য যতীন গোস্বামীক আজি দ্রোণ ভাগৱতী সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত অসমীয়া প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক জয়ন্ত বৰুৱাই শ্ৰী গোস্বামীক এই বঁটা প্ৰদান কৰে। দ্রোণ ভাগৱতী, পাৰুল ভাগৱতী স্মৃতি ন্যাসে আয়োজন কৰা...

July 4, 2025 7:33 PM

views 7

অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ উনবিংশ দ্বিবার্ষিক অধিবেশনৰ প্ৰতিনিধিসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ উনবিংশ দ্বিবার্ষিক অধিবেশনৰ পৰিপ্ৰেক্ষিতত প্ৰতিনিধিসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰ কৰিছে। এই অনুসৰি প্রতিনিধিসকলে ৯ জুলাইৰ পৰা ১২ জুলাইলৈ এই বিশেষ ছুটি লাভ কৰিব। উল্লেখযোগ্য যে, অহা ১০ৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।