July 3, 2025 7:54 PM
14
শিৱসাগৰত দিখৌ নৈত সন্ধানহীন হোৱা কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ
শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰ দুজনৰ এজনৰ মৃতদেহ আজি শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হয়। মঙলবাৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চল...