অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ উনবিংশ দ্বিবার্ষিক অধিবেশনৰ পৰিপ্ৰেক্ষিতত প্ৰতিনিধিসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰ কৰিছে। এই অনুসৰি প্রতিনিধিসকলে ৯ জুলাইৰ পৰা ১২ জুলাইলৈ এই বিশেষ ছুটি লাভ কৰিব। উল্লেখযোগ্য যে, অহা ১০ৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কার্যালয় সহায়ক সন্থাৰ দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ’ব।
Site Admin | July 4, 2025 7:33 PM | special leave
অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ উনবিংশ দ্বিবার্ষিক অধিবেশনৰ প্ৰতিনিধিসকলৰ বাবে বিশেষ ছুটি মঞ্জুৰ
