আঞ্চলিক সংবাদ

June 4, 2025 2:04 PM June 4, 2025 2:04 PM

views 8

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি ৰাজ্যৰ ১০৫খন প্ৰাথমিক বিদ্যালয়ত কালি ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰুৱাভাষা বাইদামবুড়ি প্রাথমিক বিদ্যালয়ত কালি কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে নিখিল ৰা...

June 4, 2025 2:01 PM June 4, 2025 2:01 PM

views 9

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেড় মা কে নাম কাৰ্যসূচীৰ অধীনত কাইলৈ বিদ্যালয়সমূহত গছপুলি ৰোপণৰ আহ্বান

সমগ্র শিক্ষা অসমে কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিদ্যালয়সমূহত গছপুলি ৰোপণৰ বাবে আহ্বান জনাইছে। এই অনুসৰি প্ৰতিখন বিদ্যালয়ে কমেও পাঁচটাকৈ গছপুলি ৰোপণ কৰিব লাগিব। অহা ৩০ ছেপ্তেম্বৰলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন বিদ্যালয়ে কম...

June 4, 2025 1:57 PM June 4, 2025 1:57 PM

views 12

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ পি এম শ্ৰী দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিদ্যালয়খনৰ প্ৰাংগণত দিনৰ ১১ বজাত গছপুলি ৰোপণ আৰু পৰিৱেশ সজাগতা সম্পৰ্কীয় বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিদ্যালয়খনৰ পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা...

June 4, 2025 1:55 PM June 4, 2025 1:55 PM

views 11

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ ৰেডক্ৰছ ছ’চাইটীৰ সভাগৃহত লিচু উৎসৱ উদযাপন

তেজপুৰৰ লিচুয়ে এশ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে কালি তেজপুৰ ৰেডক্ৰছ ছ'চাইটিৰ সভাগৃহত লিচু উৎসৱ অনুষ্ঠিত কৰা হয়। তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাই ১৯২২ চনত পল্টন পুখুৰীৰ পাৰত লিচু গছ ৰোপণেৰে এই যাত্ৰা আৰম্ভ কৰিছিল। কালিৰ সভাত শোণিতপুৰ জিলা আয়ুক্তই তেওঁৰ ভাষণত কয়, যে বর্তম...

June 4, 2025 11:43 AM June 4, 2025 11:43 AM

views 5

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি জটিল, যাতায়াত ব্যৱস্থা ব্যাহত

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। অসমত সাম্প্রতিক বানত ২১খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্রয় লৈ আছে। ১৫৭টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ...

June 4, 2025 11:41 AM June 4, 2025 11:41 AM

views 4

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব ৰে’ল দলং উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ জম্মু-কাশ্মীৰত চেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ সিঙে কয়, যে বিশ্বৰ সৰ্বোচ্চ এই ৰে'ল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ লগতে কয়, যে উধমপুৰ- শ্ৰীনগৰ-বাৰামুল্লা ...

June 4, 2025 11:33 AM June 4, 2025 11:33 AM

views 7

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ খিতাপ জয়

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰিছে। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত বেংগালুৰুৱে পাঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ জয় কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে কয়, যে ব...

June 3, 2025 9:01 PM June 3, 2025 9:01 PM

views 5

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সা...

June 3, 2025 8:20 PM June 3, 2025 8:20 PM

views 16

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিছে। ৰাজ্যৰ বছা বছা ৭২ গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটী স্পৰ্টছ এছ’চিয়েচনে এই প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ১৭ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে। গোপীনাথ বৰদলৈ ট্ৰফী প্রতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰাৰ বাব...

June 3, 2025 8:20 PM June 3, 2025 8:20 PM

views 6

প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ মৃত্যু

ধেমাজি চিলাপথাৰৰ নিবাসী, চিচি চাৰিআলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্রবীন ক্রীড়াবিদ টিপেশ্বৰ গগৈৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। চিলাপথাৰ সাহিত্য সভা, চিলাপথাৰ নগৰ উন্নয়ন সমিতিৰ সৈতে জড়িত প্ৰয়াত গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।