June 7, 2025 8:26 PM June 7, 2025 8:26 PM
9
ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি শিৱৰাজ সিং চৌহানৰ প্ৰকাশ
ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বিষয়টো কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষক সকলৰ সমৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। মধ্যপ্ৰদেশৰ ছিহোৰত আজি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে খেতিয়কসকলক বিকশিত কৃষি সংকল্প অভিযান সাফল্যমণ...