June 12, 2025 10:59 AM June 12, 2025 10:59 AM
15
ৰাজ্যত গৰমৰ প্রকোপ অব্যাহত
● ৰাজ্যত একেৰাহে আজি তৃতীয় দিনাও গৰমৰ প্রকোপ অব্যাহত আছে। কালি যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, মাজবাটত পাৰাস্তম্ভই ৩৭ ডিগ্রী ছেলছিয়াছ অতিক্ৰম কৰিছিল। লখিমপুৰত কালি সর্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্রী ছেলছিয়াছ। আর্দ্রতা বৃদ্ধিৰ বাবেই ৩৬ ডিগ্রী ছেলছিয়াছ উষ্ণতাতো ৪৩ ডিগ্রী ছেলছিয়াছ উষ্ণতাৰ ...