আঞ্চলিক সংবাদ

July 17, 2025 8:49 PM

views 28

পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত

গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত বেতবাৰীত আৰক্ষী, বনৰক্ষী আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত হয়। জিলা আয়ুক্ত প্রদীপ টিমুঙে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে পাইকানৰ উচ্ছেদিত এলেকালৈ যোৱা এটা পথ বন বিভাগৰ লোকে আৰক্ষীৰ সহযোগত...

July 17, 2025 8:13 PM

views 12

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্রশাসন সম্পূর্ণ ৰূপে সাজু হৈছে। বান পৰিস্থিতিক লৈ আজি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত বাহুল গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত এ এছ এছ টি চিৰ অধ্যক্ষ প্রবীণ কুমাৰ দত্তৰ ল...

July 17, 2025 7:47 PM

views 32

নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য ৰাজ্যিক মর্যাদাৰে সম্পন্ন

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ শেষকৃত্য আজি ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। জোৱানগৰাকীৰ শেষকৃত্যত অঞ্চলটোৰ কেইবাগৰাকীও লোকে অংশ লৈ ছহিদগৰাকীলৈ শ্ৰদ্ধা জনায়। জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি জোৱানগৰাকীৰ ব...

July 17, 2025 7:41 PM

views 39

জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ

মৰিগাঁও জিলা পৰিষদৰ উদ্যোগত আৰু জাগীৰোড গাঁও পঞ্চায়তৰ সহযোগত জাগীৰোডৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে আজি ১০০ জোপা গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন্ত্রী পীযুষ হাজৰিকাই বকুল আৰু কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰে। তেওঁ লগতে পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ বাবে আৱৰ্জনা পেলাবলৈ তিনিখন বাহন মু...

July 17, 2025 7:36 PM

views 23

উচ্ছেদৰ সময়ত কোনো লোকে আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’বঃ মুখ্যমন্ত্ৰী

উচ্ছেদৰ সময়ত কোনো লোকে আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী আজাৰাত মন্তব্য কৰে। তেওঁ কয়, যে আৰক্ষীক আক্ৰমণ কৰা উচ্ছেদিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব। গোৱালপাৰাৰ পাইকানত আৰক্ষীক একাংশ উচ্ছেদিত লোকে আক্ৰমণ কৰা সন্দৰ্ভত তেওঁ এইদ...

July 17, 2025 6:50 PM

views 30

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষাত গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত

স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। সমীক্ষাত গুৱাহাটী চহৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ বঁটা লাভ কৰিছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰলৈ আগবঢ়োৱা এই সন্মানৰ তালিকাত গুৱাহাটী চহৰে ৪৪ সংখ্যক স্থা...

July 17, 2025 2:00 PM

views 13

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। খেলুৱৈগৰাকীয়ে অহা ২০ আৰু ২২ জুলাইত ঘৰুৱা খেলপথাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টী-২০ৰ প্ৰথম দুখন খেলত অংশগ্রহণেৰে তেওঁৰ অন্তিম দুখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'...

July 17, 2025 1:59 PM

views 17

ভাৰত-ইংলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ড চাৰি উইকেটত পৰাস্ত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাওথাম্পটনৰ ৰ'জ বাউলত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা ভাৰতে ঘৰুৱা দলটোক চাৰি উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ৫০ অ’ভাৰত ছটা উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছফিয়া ডাংকলেই ৯২ টা বলত...

July 17, 2025 1:57 PM

views 13

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেশৰ কৃষকসকলৰ জীৱনলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনা এই লক্ষ্যৰ দিশে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ইয়াৰ জৰিয়তে অকল কৃষি ক্ষেত্ৰত পিছপৰি ...

July 17, 2025 1:51 PM

views 9

ঝাৰখণ্ডত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ঝাৰখণ্ডৰ বোকাৰো জিলাত সুৰক্ষা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত কোকৰাঝাৰৰ জোৱান প্রাণেশ্বৰ কোচৰ বাসগৃহত কালি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ নীতি অনুসৰি পৰিয়ালটোক ৫০ লাখ টকাৰ সাহায্য আগবঢ়োৱা হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।