আঞ্চলিক সংবাদ

July 16, 2025 9:54 PM

views 17

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ ১৭জনীয়া এটি ফুটবল দলে স্পেইন ভ্ৰমণ কৰিব

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ এটি ১৭জনীয়া ফুটবল দল এইমাহৰ শেষ ভাগলৈ স্পেইনলৈ যাব। এই দলটোৱে স্পেইনত মাৰভেলো ফুটবল ক্লাবত ১৪ দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। এই দলটোত ৭০ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷

July 16, 2025 9:52 PM

views 12

দৰং জিলাৰ মঙলদৈৰ ৰামহৰিত পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি

দৰং জিলাৰ মঙলদৈৰ ৰামহৰিত আজি পুখুৰীত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি ঘটে। শিশু দুটি ৰামহৰিৰ ৮ বছৰীয়া দৃষ্টি হাজৰিকা আৰু বেজপাৰা টিয়াঝাৰ নিবাসী ১০ বছৰীয়া ধৰিত্ৰী ডেকা বুলি চিনাক্ত কৰা হৈছে। পানীত বুৰ যোৱা শিশু দুটিক ৰাইজে উদ্ধাৰ কৰি মঙলদৈৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুয়োকে মৃত ...

July 16, 2025 9:09 PM

views 16

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধানৰ বাবে বিষয়ববীয়াসকলৰ সৈতে...

July 16, 2025 9:08 PM

views 13

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ অভিযোগ

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্রী বুলি অভিযোগ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ছয়গাঁৱৰ বনগাঁৱত আয়োজন কৰা এখন দলীয় সমাৱেশত ভাষণ দি শ্রীগান্ধীয়ে কয়, যে মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ ভূমি ব্যক্তিগত ব্যৱহাৰৰ বাবে অধিগ্ৰহ...

July 16, 2025 9:07 PM

views 12

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, এতিয়ালৈ কমেও ২৬জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। বিভাগীয় সূত্ৰ অনুসৰি এই ৰোগত আক্ৰান্ত হৈ ৰাজ্যখনত এতিয়ালৈ কমেও ২৬ জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত মুঠ ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চ...

July 15, 2025 8:58 PM

views 20

ধেমাজিত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত বন অধিকাৰ আইনৰ অধীনত জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তৰ কৃষ্টি ভৱনত জিলা...

July 15, 2025 8:51 PM

views 41

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগত কমেও ২৪জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কমেও ২৪জন লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত ১৯, গোলাঘাট ...

July 15, 2025 8:49 PM

views 18

গুৱাহাটী শিশু মহোৎসৱৰ ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালাৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হয়। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। যোগভ্যাসৰ পাছত নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ ক...

July 15, 2025 8:43 PM

views 14

চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ ৰোধৰ বাবে চৰাইদেউ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম-নাগালেণ্ড অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জিলাখনত দিনে- নিশাই নিৰাপত্তা বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে। ইয়াৰোপৰি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা চৰাইদেউ জিলাত প্ৰৱেশ কৰা স্পৰ্শকাতৰ ...

July 15, 2025 8:38 PM

views 14

কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্রকল্প উদ্বোধন

তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়াৰ অনুকুল পৰিৱেশ সৃষ্টিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্রকল্প উদ্বোধন কৰে। ক্রীড়া সম্পৰ্কীয় বিভিন্ন দিশৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপনৰ বাবে এই কেন্দ্ৰটো মুকলি কৰা হৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।