July 9, 2025 7:50 PM July 9, 2025 7:50 PM
4
শিশুক যৌন নিৰ্যাতনৰ গোচৰত দুজন অভিযুক্ত যাৱজ্জ্বীৱন কাৰাদণ্ড
কামৰূপ মহানগৰ জিলাৰ পকছ' আদালতে শিশুক যৌন নিৰ্যাতনৰ গোচৰত জয়ন্ত তালুকদাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহিছে। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে লোকজনক এই শাস্তি বিহে। জালুকবাৰী থানাৰ আন এটা গোচৰত আজি আদালতে জানু বৰুৱা এজন লোকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজা...