August 10, 2025 12:21 PM
11
উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে গছপুলি ৰোপণ
গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদ চলোৱা হব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়নৰ পাছত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত...