August 8, 2025 8:24 PM
29
বৰপেটাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী
ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত বৰপেটা জিলাত আজিৰেপৰা ৩৫ সংখ্যক ৰাজ্যিক শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। NCERT-ৰ ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ আৰ্হিত এই দুদিনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন জিলাৰ বছ...