আঞ্চলিক সংবাদ

August 11, 2025 11:41 AM

views 42

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই দলীয় প্ৰাৰ্থীসকলক পৰিষদীয় নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। একেদৰে ইউ পি পি এলৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ হৈ ...

August 10, 2025 8:55 PM

views 31

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত আজি আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত সুজাতা গগৈয়ে এই শিক্ষামূলক আৰোহণ কাৰ্যসূচী মুকলি কৰে। জিলাখনৰ ২৬৯ খন বিদ্যালয়ৰ ২৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই জ্ঞান অন্বেষণ যাত্ৰাত সামৰি লোৱা হৈছে। আজিৰে পৰা অহা ১৩ আগষ্টলৈ...

August 10, 2025 8:51 PM

views 15

বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়

বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ বাদুলীপাৰা আৰু দিহিৰাত বিজয় সংকল্প সভাত অংশ লয়। ড০ শৰ্মাই বি টি আৰত বিগত চাৰি বছৰত শান্তি-সম্প্ৰীতি বিৰাজ কৰিছে বুলি উল্লেখ কৰি অঞ্চলটোত বিজেপি চৰ...

August 10, 2025 8:12 PM

views 18

গুৱাহাটী বামুণীমৈদামৰ অৰুণী এছ হাজৰিকাৰ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত স্নাতক ডিগ্ৰী লাভ

গুৱাহাটী মহানগৰৰ বামুণীমৈদাম নিবাসী অৰুণী এছ হাজৰিকাই ইংলেণ্ডৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আৰু ধ্ৰুপদী হিন্দী বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া হিচাপে বিৰল কৃতিত্ব অৰ্জন কৰিছে। অৰুণীয়ে বেলিঅল মহাবিদ্যালয়ত এছিয়' আৰু মধ্যপ্রাচ্য অধ্যয়ন বিভাগত স...

August 10, 2025 7:58 PM

views 24

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত জিঅ' বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা জনজীৱন মিছন আঁচন...

August 10, 2025 7:52 PM

views 23

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সৰুসজাই ষ্টেডিয়ামত মটৰ চাইকেল ৰেলীৰ আয়োজন

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা কাম্য নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে সৰুসজাই ষ্টেডিয়ামত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। অপাৰেছন সিন্দূৰক শক্তিশালী নেতৃত্ব প্ৰদান কৰা সেনা বাহিনীৰ দুগৰাকী বিৰাঙ্গনা কৰ্ণেল ছোফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ভৌমিকা সিঙৰ লগতে দেশ সেৱাত নিয়োজিত হৈ থকা...

August 10, 2025 7:46 PM

views 30

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰাৰ আয়োজন

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ ল...

August 10, 2025 7:43 PM

views 56

যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি নাহিং শুকানজান ভ্রমণ কৰি নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সমাগত স্বাধীনতা দিৱসৰ প্রস্তুতি বুজ লোৱাৰ উদ্দেশ্যে লাহিং গ্রাণ্ট হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত যোৰহাটৰ অতিৰি...

August 10, 2025 7:05 PM

views 24

উৰিয়ামঘাটৰ দখলমুক্ত কৰা অঞ্চলসমূহত ২৩ ছেপ্টেম্বৰ পৰ্যন্ত বনবিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰ বিলত বন বিভাগৰ উদ্যোগত কালিৰেপৰা গছপুলি ৰোপণ কৰা হৈছে। কালি ১৫ হাজাৰ মধুৰিয়াম গছৰ পুলি ৰোপণ কৰা হয়। বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোক...

August 10, 2025 12:30 PM

views 17

কাজিৰঙা আৰু হুকুমা বিল পুনৰ উজ্জীৱিতৰ বাবে প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত

কাজিৰঙাৰ দুখনকৈ প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা পুনৰ উজ্জীৱিত কৰাৰ বাবে বছৰজুৰি হ'বলগীয়া বহনক্ষম উন্নয়ন আৰু পৰ্যটনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কামৰ বুজ ল'বলৈ কালি নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাজহ এলেকাত অৱস্থিত ক্ৰমাৎ পোত খ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।