আঞ্চলিক সংবাদ

May 20, 2024 8:32 PM

views 23

কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত পৰি তিনিজন লোকৰ মৃত্যু

কাছাৰ জিলাৰ ফুলেৰতালত কুঁৱাত আবদ্ধ হৈ মৃত্যু হোৱা তিনিজন লোকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃত লোক কেইজন মনজিত দেৱ, প্রসেনজিত দেৱ আৰু অমিত সেন বুলি চিনাক্ত কৰা হৈছে। কুঁৱাটোত পৰি যোৱা এটা কুকুৰাক উদ্ধাৰ কৰিবলৈ যাওঁতে এই ঘটনাটো সংঘটিত হয়। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান চলাই লোক তিনিজনক উদ্ধাৰ কৰ...

May 20, 2024 12:42 PM

views 39

ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত ৰাজ্যৰ কেইবাগৰাকীও যুৱক- যুৱতীৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত যুৱ প্রতিভাসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশগ্ৰহণ কৰি ৰাজ্...

May 20, 2024 12:40 PM

views 41

ৰাজ্যত বিগত পাঁচ বছৰত MUTUAL FUND খণ্ডত বিনিয়োগৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি

বিগত পাঁচ বছৰত ৰাজ্যৰ MUTUAL FUND খণ্ডত বিনিয়োগৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি হৈছে। এই ক্ষেত্ৰখনত ২০২০-ৰ ১১ হাজাৰ ২৯৮ কোটি টকাৰ বিপৰীতে ২০২৪-ত বিনিয়োগৰ পৰিমাণ ১৫৯ শতাংশ বৃদ্ধিৰে ২৯ হাজাৰ ২৬৮ কোটি টকা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰি কয় যে MUTUAL FUN...

May 20, 2024 12:37 PM

views 41

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধিসূচনা জাৰি

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তৰ বহী পুনৰীক্ষণৰ বাবে পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তেহে আবেদন জনাব পাৰিব। এই সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰা এখন অধিসূচনা অনুসৰি উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচৰা পৰীক্ষাৰ্থীসকলে অহা ২২ মে'ৰ বিয়লি ৫ বজা পর্যন্ত ahsec.assam.gov.inত অনলাইন আবেদন কৰিব প...

May 20, 2024 1:13 PM

views 30

একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰকাশ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা আজি দর্পণ পোৰ্টেলত প্ৰকাশ কৰা হৈছে। ছাত্র- ছাত্ৰীসকলে দর্পণ পোৰ্টেলত লগইন কৰি নামভৰ্তিৰ বাবে নির্বাচিত শিক্ষানুষ্ঠান তথা নিৰ্ধাৰিত শাখাৰ তথ্...

May 20, 2024 12:33 PM

views 39

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্রকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ বাঁহজানীৰ দৌকুছিত কালি নিশাৰ ...

May 20, 2024 1:15 PM

views 35

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজ...

May 20, 2024 12:29 PM

views 33

ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰাৰ পাছত বিজেপিৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি পশ্চিমবংগৰ সন্দেশখালি, অশোকনগৰ আৰু দমদমত তিনিখনকৈ নিৰ্বাচনী সভাত অং...

May 19, 2024 9:06 PM

views 33

গুৱাহাটীত অনুষ্ঠিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনৰ সামৰণি

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত আয়োজন কৰা ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্রগতিশীল পথ শীর্ষক সন্মিলনখনৰ আজি সামৰণি পৰে  সামৰণি অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি ...

May 19, 2024 9:00 PM

views 24

গুৱাহাটীৰ খানাপাৰাত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ বৈঠক

জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন বৈঠক আজি গুৱাহাটীৰ খানাপাৰাৰ বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হয়। বিভিন্ন জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত সমিতিৰ মুখ্য সমন্বয়ক তথা সদৌ অসম জনজাতীয় সংঘৰ সম্পাদক আদিত্য খ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।