আঞ্চলিক সংবাদ

July 10, 2025 10:57 PM July 10, 2025 10:57 PM

views 14

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰ...

July 10, 2025 10:54 PM July 10, 2025 10:54 PM

views 5

যোৰহাটত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাট জিলা আৰক্ষীয়ে দুজনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অসম চিকিৎ‍সা পৰিষদৰ বিষয়া ড০ অভিজিত নেওগৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰিছিল। আজি অমৰজ্যোতি নাথ নামৰ আন এজন ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। বিগত ১৫ বছৰ ধৰি ধৃত ভুৱা চিকিৎসকদ্বয়ে প্রয়োজনীয় অৰ্হতা আৰু পঞ্জীয়ন নথ...

July 10, 2025 10:50 PM July 10, 2025 10:50 PM

views 3

প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ আৱেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনামৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে প্রধানমন্ত্রী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে জিলাস্তৰৰ আৱেদনৰ আহ্বান জনাইছে। জিলাখনৰ ১৮ বছৰ অনূৰ্ধ্বৰ শিশু অথবা কিশোৰসকলে এই পুৰস্কাৰৰ বাবে আৱেদন কৰিব পাৰিব। আৱেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। জিলা স্তৰত ব...

July 10, 2025 10:47 PM July 10, 2025 10:47 PM

views 3

ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে ৰাজ্যত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ, মীন পালকসকললৈ কৃষিমন্ত্ৰী অতুল বৰাৰ শুভেচ্ছা

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। কৃষি মন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীন পালকসকলক শুভেচ্ছা জনাই কয়, যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ য...

July 10, 2025 10:39 PM July 10, 2025 10:39 PM

views 6

অহা বছৰৰ জানুৱাৰীলৈ ৮০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ৫৭খন কেন্দ্ৰীয় মাধ্যমিক ...

July 10, 2025 10:36 PM July 10, 2025 10:36 PM

views 3

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰীয়াত আক্ৰান্ত হৈ কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত নৱজাতকৰ পৰা ৫ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱা হ'ব। জিলাখনৰ আশাকৰ্...

July 10, 2025 10:40 PM July 10, 2025 10:40 PM

views 9

অসমীয়া ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্রহণ কৰাৰ লগতে অসমীয়া ভাষালৈ অহা ভাবুকি প্ৰতিহত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁলোকৰ চৰকাৰ থকা পর্যন্ত অসমীয়া ভাষাক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাট...

July 10, 2025 12:56 PM July 10, 2025 12:56 PM

views 7

ৰাজ্যৰ বিত্ত বিভাগৰ দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি

ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাত একোখনকৈ পাঁচজনীয়া সমিতি গঠন কৰা হৈছে। পদোন্নতি, পদৰ উন্নীতকৰণ, এম এ চি পি, দৰমহা সংশোধনীকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীসকলৰ দৰমহা নিৰিখ সংশোধনীৰ প্ৰয়োজন হয় আৰু এইক্ষে...

July 10, 2025 12:48 PM July 10, 2025 12:48 PM

views 18

ৰাজ্যৰ হিতাধিকাৰী বাছনি প্রক্রিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। তেওঁ জ...

July 9, 2025 7:55 PM July 9, 2025 7:55 PM

views 18

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি

ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'ল'ৰ সৈতে ৰাজ্য চৰক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।