ৰাষ্ট্ৰীয়

May 29, 2025 3:17 PM

views 29

ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায়ঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়নৰ এটা উজ্জ্বল অধ্যায় বুলি অভিহিত কৰিছে। ছিকিম ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠান ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰি তেওঁ এইদৰে মত প্ৰকাশ কৰে। ছিকিমৰ ৫০ বছৰ : উদ্দেশ্য সাধনমূলক প্ৰগতি আৰু প্ৰকৃতিৰ ...

May 29, 2025 12:34 PM

views 35

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্রীসভাৰ কমিটিয়ে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে খাৰিফ শস্যৰ মূল্...

May 29, 2025 12:19 PM

views 61

নির্মলা সীতাৰমনৰ সভাপতিত্বত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত কালি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেওঁ প্রিমিয়াম সংগ্রহ, বীমাৰ পঞ্জীয়ন আৰু ঘনত্বৰ লগতে অমিমাংসিত দাবীৰ অনুপাতৰ দৰে দিশসমূহৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ৰাজহুৱা খণ্ডৰ সাধাৰণ ব...

May 29, 2025 12:16 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ভূয়সী প্রশংসা ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ’ভেৰ

ভাৰতত ৰাছিয়াৰ ৰাষ্ট্রদূত ডেনিছ অলিপ'ভে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভূয়সী প্রশংসা কৰিছে। তেওঁ লগতে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ দুৰ্বৃত্তসকলক চিনাক্ত কৰা, ধৰা পেলোৱা আৰু শাস্তি প্ৰদান কৰাৰ বাবে ভাৰতৰ ভূয়সী প্রশংসা কৰিছে। ভাৰত আৰু ৰাছিয়া উভয়ে বহুধ্ৰুৱীয় ব...

May 29, 2025 12:14 PM

views 17

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ বৈঠক অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি সক্রিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়ণৰ বহুমুখী মঞ্চ প্ৰগতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্রধানমন্ত্রীয়ে ৬২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ পথ পৰিবহন, শক্তি আৰু জলসম্পদ খণ্ডৰ তিনিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা চলায়। এই প্রকল্পসম...

May 29, 2025 12:12 PM

views 26

ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ সাহিত্য সন্মিলন উদ্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য সন্মিলন উদ্বোধন কৰিব। এই দুদিনীয়া সন্মিলনত কবিৰ সৈতে সাক্ষাৎ, ভাৰতৰ নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন বনাম পৰিৱৰ্তনৰ সাহিত্য আৰু গোলকীয় প্ৰেক্ষাপটত ভাৰতীয় সাহিত্যৰ নতুন দিশ আদি বিষয়ত ভিন ভিন সত্র অনুষ্ঠিত হ'ব। ...

May 28, 2025 9:27 PM

views 20

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ প্রধানমন্ত্ৰীৰ ছিকিম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে চিকিম, পশ্চিমবংগ, বিহাৰ, আৰু উত্তৰ প্ৰদেশ ভ্ৰমণলৈ ৰাওনা হ'ব। এই ভ্রমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে ৭০ হাজাৰ কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও বহুমুখী উন্নয়নমুলক প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰি ৰাষ্ট্ৰৰ নামত উচৰ্...

May 28, 2025 9:24 PM

views 21

২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিত কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিৰ অনুমোদন জনাইছে। কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ নিশ্চিতি প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই মূল্য বৃদ্ধি কৰাৰ কথা আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই ...

May 28, 2025 10:38 AM

views 14

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৬৯গৰাকী ব্যক্তিক পদ্ম সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত ৬৯ গৰাকী ব্যক্তিক এই সন্মানেৰে বিভূষিত কৰে। অনুষ্ঠানত ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৯ গৰাকীক পদ্ম ভূষণ আৰু ৫৭ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। প্ৰাক্তন মুখ্য ন্যায়...

May 28, 2025 10:37 AM

views 21

ভাৰতক ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ ৰূপে উন্নত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ বিষয়ে পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। শ্ৰীমোদীয়ে স্বাধীনতা আন্দোলনৰ সৈতে এই বিষয়টো তুলনা কৰি কয় যে যদিহে আমাৰ পূৰ্বৰ প্ৰজন্মই ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰত দেশৰ পৰা ব্ৰিটিছৰ শাসন ওফৰাই দিবলৈ সমৰ্থ হৈছিল, তেনে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।