March 15, 2025 8:24 PM

views 6

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকৰ ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ’ৰমেছন বঁটাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক বাছনি

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ক ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ'ৰমেছন বঁটাৰ বাবে বাছনি কৰিছে। প্ৰৱাহ আৰু সাৰথি উদ্যমৰ বাবে আৰ বি আইলৈ এই বঁটা আগবঢ়োৱা হৈছে। আৰ বি আয়ে নিজাববীয়াকৈ এই এপ দুটা বিকশাই তুলিছে। পুৰস্কাৰ কমিটীয়ে এই ডিজিটেল উদ্যমৰ বাবে কাগজৰ ব্যৱহাৰ হ্ৰাস পোৱা বুল...

March 15, 2025 8:21 PM

views 7

থাইলেণ্ডত অনুষ্ঠিত ন’নটাবুৰি টেনিচ প্রতিযোগিতাত ভাৰতৰ বৈদেহি চৌধুৰী-ৰশ্মিকা ভামি দিপতিৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন

ভাৰতৰ বৈদেহি চৌধুৰী আৰু ৰশ্মিকা ভামি দিপতিয়ে থাইলেণ্ডত অনুষ্ঠিত ন’নটাবুৰি টেনিচ প্রতিযোগিতাৰ মহিলা ডাবলছৰ খিতাপ অৰ্জন কৰিছে। বৈদেহি আৰু ৰশ্মিকাৰ যুটিটোৱে আজি বিয়লি অনুষ্ঠিত ফাইনেলত থাইলেণ্ডৰ পুনিন আৰু জাপানৰ য়ুকি নাইটোৰ যুটিটোক ৬-৪, ৬-৩ পোনপটীয়া ছেটত পৰাস্ত কৰে ৷

March 15, 2025 7:46 PM

views 12

দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত ৩ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেৰগাঁৱত ১৬৭ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে ৪২৫ কোট...

March 15, 2025 7:43 PM

views 16

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীতশিল্পী ড০ লক্ষহীৰা দাসৰ বিয়োগ

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীতশিল্পী ড০ লক্ষহীৰা দাসৰ আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত শিল্পীগৰাকীৰ ভালেসংখ্যক গুণমুগ্ধৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যও উপস্থিত থাকে। শ্মশানলৈ নিয়াৰ পূর্বে ...

March 15, 2025 7:42 PM

views 28

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘সংবাদ চলন্তিকা’ত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা ভাওনাৰ বিষয়ত বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড° দীপেন দাসৰ। গুৱাহাটীৰ বিভ...

March 15, 2025 7:40 PM

views 8

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ; ৩১ জুলাই অন্তিম দিন

পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। ২০২৬ চনৰ গণৰাজ্য দিৱসত ঘোষণা হ'বলগীয়া এই বঁটাসমূহে বিভিন্ন ক্ষেত্ৰত ব্যতিক্রমী কৃতিত্ব আৰু বিশিষ্ট সেৱাৰ স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পদ্ম সন্মানৰ মনোনয়নৰ দাখিলৰ বাবে চলিত বৰ্ষৰ ৩১ জুলাইক অন্তিম দিন ধাৰ...

March 15, 2025 7:10 PM

views 14

ৰাজ্যৰ ভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা-দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ দৌ...

March 15, 2025 7:08 PM

views 12

ধেমাজিৰ চিচিবৰগাঁও উন্নয়ন খণ্ডত কেইবাখনো আঁচনিৰ শুভ উদ্বোধন সাংসদ প্ৰদান বৰুৱাৰ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিচিবৰগাঁও উন্নয়ন খণ্ডত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কেইবাখনো আঁচনিৰ শুভ উদ্বোধন কৰাৰ লগতে নিৰ্মাণ হ'বলগীয়া আন কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চিচিবৰগাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত জোনাইৰ বিধায়...

March 15, 2025 7:07 PM

views 62

আজি বিশ্ব গ্রাহক অধিকাৰ দিৱস পালন

আজি বিশ্ব গ্রাহক অধিকাৰ দিৱস। গ্ৰাহকসকলৰ অধিকাৰ আৰু ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰা প্রয়োজনীয়তাক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে ১৫ মাৰ্চত এই দিৱস উদযাপন কৰা হয়। এই দিৱসে সকলো গ্ৰাহকৰে প্ৰাথমিক অধিকাৰসমূহৰ বিষয়ে গুৰুত্ব আৰোপ, এই অধিকাৰসমূহক সন্মান আৰু সুৰক্ষিত কৰা কাৰ্যক উদগনি যোগোৱাৰ সুযোগ দিয়...