December 31, 2025 8:18 PM

views 23

ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ হেমেন কুমাৰ কলিতাক ভাৰতীয় বায়ু সেনাত ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ু সেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অর্জন কৰি ড০ কলিতাই বিশ্ববিদ্য...

December 31, 2025 8:16 PM

views 13

মহানগৰীৰ উন্নয়নৰ বছৰজোৰা খতিয়ান মেয়ৰ মৃগেন শৰণীয়াৰ

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি উজান বজাৰৰ নিগমৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সভাত মহানগৰীৰ উন্নয়নৰ বছৰজোৰা খতিয়ান দিয়ে। মহানগৰীৰ উন্নত ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ২০২৬ বৰ্ষত চৰকাৰে ২৪ কোটি টকা ধাৰ্য্য কৰা বুলি তেওঁ প্ৰকাশ কৰে। বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ উপৰিও ৰে...

December 31, 2025 8:13 PM

views 20

ভুক্তভোগীয়ে এতিয়াৰে ৰাজ্যৰ যিকোনো থানাত অভিযোগ দিব পাৰিব : মুন্না প্রসাদ গুপ্তা

ভুক্তভোগীয়ে এতিয়াৰে ৰাজ্যৰ যিকোনো থানাত অভিযোগ দিব পাৰিব। ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই আজি এখন সংবাদমেলত এই কথা সদৰি কৰে। তেওঁ কয় যে ৰাজ্যত ২০২৫ বৰ্ষত মুঠ ৭০ হাজাৰ এজাহাৰ দাখিৰ কৰা হৈছে আৰু ইয়াৰে প্ৰায় ৯৫ শতাংশ গোচৰ নিষ্পত্তি কৰা হৈছে। নিয়াৰিকৈ অভিযোগনামা দাখিল কৰা ...

December 31, 2025 8:10 PM

views 19

অগপই ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব : অতুল বৰা

অসম গণ পৰিষদ দলে ইংৰাজী ২০২৬ বছৰটোতো ৰাইজৰ সৱল কণ্ঠৰ ভূমিকা পালন কৰি যাব। বছৰটোৰ অন্তিম দিনা আজি দলটোৰ আমবাৰী মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই অংগীকাৰৰ কথা প্ৰকাশ কৰে। সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদে ঘৰে ঘৰে সংস্থাপন-ঘৰে ঘৰে উপাৰ্জন ...

December 31, 2025 8:06 PM

views 17

কামৰূপ জিলাৰ বকোত হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দানত আয়োজিত এটা অনুষ্ঠানত বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ মুঠ ৩৩ হাজাৰ ৮৬১ গৰাকী সদস্যক ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক পুঁজি...

December 31, 2025 7:48 PM

views 16

১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি এটা নির্দেশযোগে এই কথা প্ৰকাশ কৰে। ঔষধৰ কাৰিকৰী পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু কছমেটিক্‌চ আইন ১৯৪০ৰ ২...

December 31, 2025 7:42 PM

views 17

ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানলৈ পুঁজি আবণ্টন

চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ বাবে ২২৪ কোটিৰো অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ ২৬খন জিলা পৰ্যায়ৰ ১৩৮টা খণ্ড পঞ্চায়ত আৰু ১১ হাজাৰ ২৭৯খন গাঁও পঞ্চায়তৰ বাবে আনটাইড...

December 31, 2025 7:35 PM

views 16

নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি ওড়িশাত ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু ৬-লেনযুক্ত নাছিক-চোলাপুৰ কৰিড'ৰ প্ৰকল্পৰ বাবে অনুমোদন দিয়ে। অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্রীয় মন্ত্রীসভাই মহাৰাষ্ট্ৰত ৬-লেনযুক্ত নাছিক-চোলাপুৰ- আক্কালকোট কৰিড'ৰ প্ৰকল্পত অনুমোদন দিছে। ১৯ হাজাৰ ১৪২ কোটি টকা মূলধনী ব্যয়...

December 31, 2025 1:32 PM

views 21

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্ৰ বিশ্বই আশা আৰু বিশ্বাসেৰে ভাৰতৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰ...

December 31, 2025 1:30 PM

views 17

কাশী-তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয়, বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্কঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয় বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্ক, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক একত্ৰিত কৰি ৰাখিছে। তেওঁ কয়, যে এনে ধৰণৰ আদান-প্রদানে ভাৰতৰ ঐতিহ্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ভাৱনাক সুদৃঢ় কৰে। মহাকবি সুব্ৰ...