ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকৰ ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ’ৰমেছন বঁটাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক বাছনি

ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ক ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে ২০২৫ বৰ্ষৰ ডিজিটেল ট্রেন্সফ’ৰমেছন বঁটাৰ বাবে বাছনি কৰিছে। প্ৰৱাহ আৰু সাৰথি উদ্যমৰ বাবে আৰ বি আইলৈ এই বঁটা আগবঢ়োৱা হৈছে। আৰ বি আয়ে নিজাববীয়াকৈ এই এপ দুটা বিকশাই তুলিছে। পুৰস্কাৰ কমিটীয়ে এই ডিজিটেল উদ্যমৰ বাবে কাগজৰ ব্যৱহাৰ হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে।

অধিক পঢ়ক

সকলো চাওক