March 16, 2025 1:28 PM

views 17

মুম্বাই ইণ্ডিয়ানছৰ মহিলা প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ফাইনেলত ডেলহী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্রীত কৌৰৰ ৬৬ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্...

March 16, 2025 1:23 PM

views 28

২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন

কাজিৰঙাত অহা ২২ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্রতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ বোলছবি প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। কঁহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত ১০ বছ...

March 16, 2025 1:20 PM

views 44

বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ গণশিল্পী মঘাই ওজা বঁটা

গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘাই ওজা বঁটা এই বছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই ...

March 16, 2025 1:11 PM

views 11

গুৱাহাটীৰ শিল্পগ্ৰামত একাংশ সাংবাদিক তথা সংবাদকৰ্মীৰ গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা পৰিৱেশন

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র অর্থাৎ NEZCC ৰ সহযোগত কালি গুৱাহাটীৰ শিল্পগ্ৰামত মহানগৰীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা এখনি পৰিৱেশন কৰে। অসমীয়া ভাষাত পৰিৱেশিত এই ভাওনাখনিৰ উদ্বোধনী অনুষ্ঠানত সংগীত-নাটক একাডেমী বঁটাৰে...

March 16, 2025 1:06 PM

views 17

অসম চৰকাৰৰ প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি

অসম চৰকাৰে নতুনকৈ গঠন কৰা প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগে কালি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। একেদৰে সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈক নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্...

March 16, 2025 12:54 PM

views 14

অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছেঃ  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি তেওঁ কয়, যে অসম দ্ৰুত গতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখ...

March 16, 2025 12:36 PM

views 17

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূর্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্রকল্পস্থলী পৰিদৰ্শন কৰি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে প্ৰকল্পৰ কাম-কাজ দ্রুত গতিত চলি আছে আৰু ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কালি বটদ্ৰৱাত গোসাঁইৰ ওচৰত স...

March 16, 2025 12:31 PM

views 20

কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দোতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন...

March 15, 2025 8:27 PM

views 11

২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান (ইউ এন চি টি এ ডি)য়ে ২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ইউ এন চি টি এ ডিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষত বিশ্ব বাণিজ্য যথেষ্ট বৃদ্ধি পায় যদিও এই সময়ছোৱাত কেইবাখনো উন্নত ৰাষ্ট্ৰৰ ব্যৱসায় হ্রাস পায়। অৱশ্যে...

March 15, 2025 8:26 PM

views 18

শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে'ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, শ্ৰীপেৰাম্বডুৰ আৰু মানালুৰত এহেজাৰ ১১২ কোটি টকা ব্যয় সাপেক্ষে দুটা বৈদ্যুতিক উদ্যোগ স্থাপন কৰা হ'ব। শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কৰি অমৃত আঁচনিৰ অধীনত ৭৭ টা ৰে'ল ষ্টেচন পুনৰ...