October 16, 2024 6:35 PM

views 56

৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে কাজিৰঙাৰ এই স্থান দখলে পখিলাৰ বিভিন্ন প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশা কৰে হৈছে। যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ...

October 16, 2024 6:18 PM

views 21

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ বিজয় সুন্দৰ প্ৰশান্ত আৰু জীৱন নেডুনচেঝিয়ানে ষ্টকহম অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে কালি সন্ধিয়া অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত ছুইডেনৰ ফিলিপ বাৰ্গেৱি আৰু এৰিক গ্রেভেলিয়াছক ৫-৭, ৬-২ আৰু ১০-৫ৰ ব্যৱধানত পৰাভ...

October 16, 2024 6:15 PM

views 31

সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়ঃ জ্যোতিৰাদিত্য সিন্ধিয়া

যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, সমগ্ৰ বিশ্বৰ মুঠ ডিজিটেল লেনদেনৰ ৪৬ শতাংশ ভাৰতত সম্পন্ন হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছিক্স-জি আলোচনাচক্ৰৰ উদ্বোধনী বৈঠকত ভাষণ দি শ্রী সিন্দিয়াই এই কথা প্ৰকাশ কৰে। দেশত ডিজিটেল লেনদেনৰ তথ্যৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী...

October 16, 2024 6:12 PM

views 29

খেতি পথাৰৰ নৰা জ্বলোৱাৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ সমালোচনা

উচ্চতম ন্যায়ালয়ে খেতি পথাৰৰ নৰা জ্বলাই দিয়াৰ ফলত উদ্ভৱ হোৱা বায়ু প্ৰদূষণ ৰোধ কৰাৰ হকে পূর্বে দিয়া নির্দেশ অমান্য কৰাৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱৰ চৰকাৰক সমালোচনা কৰিছে। ন্যায়াধীশ অভয় এছ অকাৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশ অমান্য কৰা লোকসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণত অপৰাগতা প্ৰদৰ্শ...

October 16, 2024 6:06 PM

views 8

ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা গাৰ্ড এন এছ জি-ৰ আজিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, আমাৰ দেশখনক সুৰক্ষিত কৰি ৰখাৰ বাবে এন এছ জি-ৰ কৰ্মীসকলৰ চিৰস্থায়ী আত্মোৎসৰ্গাৰ মনোভাৱ, সাহস আৰু স্থিৰ সংকল্পৰ বাবে দেশ...

October 16, 2024 6:03 PM

views 32

দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰেঃ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। মন্ত্ৰীজনে লগতে দুখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য, শক্তি প্ৰৱাহ সংযোগ আৰু জনসাধাৰণৰ মাজৰ বিনিময়ৰ প্ৰচেষ্টাক দুৰ্বল কৰা সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদ আদি সীমান্তৰ কার্যকলাপসমূহকো সতৰ্ক ক...

October 16, 2024 5:58 PM

views 45

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাৰ শপতগ্রহণ

নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই আজি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰী আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়। আজিৰ শপতগ্রহণ অনুষ্ঠানত কংগ্ৰেছ সভাপ...

October 16, 2024 12:00 PM

views 21

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনৰ কৃষি, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, নিয়োগ বিনিময় কেন্দ্র, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পৰিবহণ আৰু জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষ...

October 16, 2024 11:57 AM

views 22

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া পৰ্যালোচনা কৰে। অহা ২১ অক্টোবৰত www.madhyamik.assam.gov.in ৱেৱছাইটযোগে স্নাতক শিক্ষকৰ ৮,২৩০ ট...

October 16, 2024 11:51 AM

views 11

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশ লোৱাৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি

অসম চৰকাৰে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো শিক্ষানুষ্ঠানলৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি dsywassam.com/khel2.0 লিংকৰ জৰিয়তে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলক খেল মহাৰণ যোগদান ...