October 27, 2024 8:32 PM October 27, 2024 8:32 PM
10
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত
ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা-কৰ্মীসকলে উপ-নির্বাচন হ'বলগীয়া সমষ্টিসমূহৰ কেইবাটাও প্ৰান্তত প্ৰচাৰ চলায়। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি বিহালী সমষ্টিত দলীয় প্রার্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ ...