আঞ্চলিক সংবাদ

November 29, 2024 7:14 PM

views 26

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ

সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপ...

November 29, 2024 6:59 PM

views 21

তামুলপুৰত জিলা উন্নয়ন সমিতিৰ সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ বিভাগসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা

আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ নৱেম্বৰ মাহৰ বিভাগীয় পৰ্যালোচনা সভাখন অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগ তথা মিছনৰ বিষয়াসকলে অংশগ্ৰহণ কৰা সভাখনত অধ্যক্ষতা কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। সভাৰ আৰম্ভণিতে উপস্থিত বিষয়াসকলক জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলাখন...

November 29, 2024 6:40 PM

views 36

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছেঃ জয়ন্ত মল্লবৰুৱা

বৰ্তমানলৈ প্ৰায় ১৫ জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়ি...

November 29, 2024 6:38 PM

views 28

গুৱাহাটী পৌৰ নিগমৰ ‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ

গুৱাহাটীবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়াম...

November 29, 2024 6:32 PM

views 23

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাত কাইলৈৰ পৰা ১৫ ডিচেম্বৰলৈ ‘অসমী চৰচ মেলা’ অনুষ্ঠিত

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈৰ পৰা অসমী চৰচ মেলা অনুষ্ঠিত হ'ব। অহা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া এই মেলা প্রতিদিনেই দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ চহকী হস্তশিল...

November 29, 2024 6:23 PM

views 39

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি

কাজিৰঙাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আজি সামৰণি পৰে। কাজিৰঙাৰ লগতে অসমৰ পৰ্যটনক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ প্ৰয়াসেৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয় আৰু অসম পৰ্যটন বিভাগে এই আন্তৰাষ্ট্ৰীয় মেলাৰ আয়োজন কৰিছিল। কেবাখনো দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ট্যুৰ অপাৰেটৰ আৰু প্ৰতিনিধিসকলে এই মে...

November 29, 2024 6:19 PM

views 34

বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছেঃ পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত প্ৰায় ৬ লাখ মহিলা হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। বস্ত্ৰ উদ্যোগৰ ...

November 29, 2024 6:15 PM

views 37

ৰাজ্যৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদনত প্রধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰি অহা বিশেষ সাহায্যৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়া...

November 29, 2024 6:10 PM

views 31

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা...

November 29, 2024 10:52 AM

views 20

৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লিথিওনিয়াৰ চিনেমা টক্সিক শ্রেষ্ঠ ছবিৰ সন্মান লাভ

ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লিথিওনিয়াৰ চিনেমা টক্সিকে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। ক্লেমেণ্ট ফেভোৱে হোলি কাওত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে। গোৱাৰ পানাজিত কালি সমাৰণি পৰা জাকজমকতাপূর্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।