আঞ্চলিক সংবাদ

November 29, 2024 10:50 AM

views 30

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ চলি থকাৰ সময়তে অহা ১ৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগত তৎপৰতা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০ ফেব্ৰুৱাৰীৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ বাবে কেবিনেটত লোৱা সিদ্ধা...

November 29, 2024 10:46 AM

views 20

বিধানসভাৰ নতুন ভৱনত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কৰ শপত গ্রহণ

বিধানসভাৰ নতুন ভৱনত আজি বিশেষ অনুষ্ঠানত শপত গ্রহণ ল'ব নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কে। আজি আবেলি ৪ বজাত বিধানসভাৰ নতুন ভৱনত এই ৫গৰাকী বিধায়কক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে যোৱা ১৩ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বঙাইগাঁৱৰ পৰা দিপ্তীময়ী চৌধুৰী, ...

November 28, 2024 8:24 PM

views 13

ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ প্রধানমন্ত্ৰী মোদীৰ সন্তুষ্টি প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি গোলকীয় উৎসাহক লৈ সন্তুষ্টি প্রকাশ কৰিছে। শ্ৰী মোদীয়ে আজি সামাজিক মাধ্যম যোগে কয়, যে ভাৰতীয় সংস্কৃতিয়ে বিশ্ব পৰ্যায়ত অনুৰণৰ সৃষ্টি কৰিছে। নিজৰ বিদেশ যাত্ৰাৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে আমাৰ ইতিহাস-সংস্কৃতিৰ প্ৰতি এই...

November 28, 2024 8:10 PM

views 24

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী স...

November 28, 2024 8:03 PM

views 19

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত আলোচনা কৰিবলৈ আজি জিলাখনৰ আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ নিৰীক্ষণ সমিতিৰ এই বৈঠকত কোনো যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা বাদ পৰি নাযায় সেই বিষয়ে গুৰুত্...

November 28, 2024 7:58 PM

views 27

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য উৎসৱত জিলাখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৬৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ক সামৰি লোৱা হ'ব। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য প্ৰকাশ ক...

November 28, 2024 7:50 PM

views 13

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মা...

November 28, 2024 7:44 PM

views 32

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্ত্তীত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনাৰে মন্ত্ৰী কেশৱ মহন্তৰ সীমান্তৱৰ্তী অঞ্চল ভ্ৰমণ

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ দেখা দিয়া মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱজনিত পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী কেশৱ মহন্তই আজি অঞ্চলটো ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সদৰ কাজলগাঁৱত থকা জিলা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগ...

November 28, 2024 7:31 PM

views 34

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ’ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বিধায়কক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হ’বঃ মুখ্যমন্ত্ৰী

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয়, যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সামান্য হ'ব আৰু বৰাক উপত্যকাৰ পৰা নিৰ্বাচিত এজন বি...

November 28, 2024 6:56 PM

views 27

বিলাসীপাৰাত ‘আপ’ৰ জনসভাত মনোজ ধানোৱাৰঃ আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ

আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।