November 2, 2024 7:18 PM November 2, 2024 7:18 PM
10
ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন
ৰাজ্যৰ বিভিন্ন ঠাইত শৰৎ পূর্ণিমা উপলক্ষে ৰাসৰ আয়োজন কৰা হৈছে। মাজুলীৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহত ভক্তিপ্ৰাণ বৈষ্ণৱ সমাজে শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলাৰ আখৰা অব্যাহত ৰাখিছে। জিলাখনত সৰ্বমুঠ ৬৫ খন ৰাস প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। ইফালে, নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী তেলগৰমত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ...