আঞ্চলিক সংবাদ

December 10, 2024 6:01 PM

views 38

ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়।শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক ...

December 9, 2024 9:17 PM

views 9

চিলাপথাৰত ২৫ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস

ধেমাজিৰ চিলাপথাৰত অহা ২৫ ডিচেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ’ শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব। এই বৰ্ষত পৰিয়ালটোৱে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহৰ মুৰব্বী কাৰ্তিক সূত্ৰধৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা আগবঢ়াইছে। চৰাইদেউৰ সদ্যপ্রয়াত জালালুদ্দিন হালদাৰলৈ অনাতাঁৰ শ্ৰোতা বন্...

December 9, 2024 9:15 PM

views 56

শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ)ৰ জয়ন্তীত ৰাজ্যৰ বিভিন্ন স্থানত ভিন্ন কাৰ্যসূচী; মহান অসমীয়াজনলৈ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধা জ্ঞাপন

গদ্য সাহিত্যৰ জনক, মহাপুৰুষ দামোদৰ দেৱৰ শিষ্য শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ ৪৬৬ সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ হিচাপে পৰিচিত এইগৰাকী পুৰোধাই অসমীয়া সমাজক আধ্যাত্মিক চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে সাহিত্য সৃষ্টিৰে অৱদান আগবঢ়াইছি...

December 9, 2024 9:13 PM

views 22

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্পত অসমৰ জুবিন গোঁহাইৰ সোণৰ পদক

ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাৰ হাইজাম্প ইভেণ্টত ল'ৰাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত অসমৰ জুবিন গোঁহায়ে সোণৰ পদক লাভ কৰিছে। আনহাতে, অসমৰ বৰ্ণিল শৰ্মাই প্ৰতিযোগিতাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত ৮০ মিটাৰ হাৰ্ডলছ ইভেণ্টত ১০.৩৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।

December 9, 2024 9:04 PM

views 36

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব। মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় ম...

December 9, 2024 7:51 PM

views 17

অসম মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত ৪ মন্ত্ৰীক দায়িত্ৱ অৰ্পণ, পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰো দপ্তৰৰ সালসলনি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চাৰে তিনি বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সালসলনি ঘটাইছে। মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা-বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্রধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। ক...

December 9, 2024 7:40 PM

views 12

সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধনৰ লগতে কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এশখন বিছনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়খনত ৯ট...

December 9, 2024 7:38 PM

views 8

গোলাঘাটত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীক ‘কৰ্মযোগী’ উপাধি প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্রীক ‘কর্মযোগী’ উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূট...

December 9, 2024 7:36 PM

views 14

মৰিগাঁৱৰ জোনবিলৰ পাৰত ১৬-১৮ জানুৱাৰীলৈ ‘জোনবিল মেলা’

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা পাহাৰ-ভৈয়...

December 9, 2024 7:34 PM

views 24

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন-বায়ন, বিহু, সর্বধর্ম প্রার্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুঁটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ আৰু ২৮ জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সর্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।