আঞ্চলিক সংবাদ

December 8, 2024 6:44 PM

views 15

ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ভূমিপূজন সম্পন্ন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে। বিষ্ণুৰাম মেধিৰ নামেৰে এইখন দলঙৰ নামকৰণ কৰা হৈছে। ৩,১৯৭ কোটি টকা প্ৰকল্প ব্যয়ৰে চাৰিটা লেন থকাকৈ নিৰ্মাণৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। যান-বাহ...

December 8, 2024 6:24 PM

views 31

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাৰ পাছতে মৈদামটোত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ বিগত অক্টোবৰৰ পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ ইটালী, স্পেইন, থাইলেণ্ড, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটিছে। মৈদামৰ স্থাপত্যকলা আৰু প্ৰাকৃতিক সৌন্দৰ্যই বিদেশী পর্যটকসকলকো আপ্...

December 8, 2024 6:19 PM

views 29

তেজপুৰ বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ অন্তৰ্গত তেজপুৰ বিধানসভা সমষ্টিত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি আৰম্ভ হয়। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই তেজপুৰ প'ল' খেলপথাৰত আয়োজিত দ্বিতীয় খেল মহাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৩খন গাঁও পঞ্চায়ত আৰু এটা নগৰীয় স্থানীয় নিকায়ৰ প্ৰ...

December 8, 2024 5:54 PM

views 18

উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্য আৰু বিচিত্ৰতা বিকশাই তোলাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ চহকী ঐতিহ্য আৰু বিচিত্ৰতা বিকশাই তোলাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি সামৰণি পৰিবলগীয়া ৩ দিনীয়া এই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু চিকিমৰ সম্ভাৱনাসমূহ বিকশাই তোলা। এই মহোৎসৱত...

December 8, 2024 12:07 PM

views 14

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

২০২৫ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। সেই অনুসৰি বছৰটোত মুঠ ৩৬ দিন বন্ধ থকাৰ লগতে চৰকাৰী কৰ্মচাৰীয়ে এদিন অৰ্ধছুটী লাভ কৰিব। ১৪ আৰু ১৫ জানুৱাৰীত মাঘ বিহু আৰু টুছু পূজাৰ বন্ধৰে বছৰটোৰ চৰকাৰী বন্ধ আৰম্ভ হৈ ২৫ ডিচেম্বৰৰ বৰদিনৰ বন্ধৰে সামৰণি পৰিব। আনহাতে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে চৰকাৰী ক...

December 8, 2024 12:04 PM

views 29

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্ম দিৱস আৰু ২০২৪ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্ৰদান উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰ...

December 8, 2024 11:27 AM

views 28

ৰাজ্যিক মন্ত্রীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ কইনাধৰাত যোৱা নিশা অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে...

December 8, 2024 11:23 AM

views 14

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া পলাশবাৰী-শুৱালকুছি চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ'ব। শুৱালকুছিৰ বাথান পামত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ ...

December 7, 2024 8:52 PM

views 28

চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্র...

December 7, 2024 8:45 PM

views 23

মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ

বিধি বলবৎকাৰী সঞ্চালকালয়ে, মুম্বাই আৰু আহমেদাবাদৰ ৭টা স্থানত অভিযান চলাই আজি নগদ ১৩ কোটি ৫০ লাখ টকা জব্দ কৰে। বেংক অৱ মহাৰাষ্ট্ৰ আৰু নাছিক মার্চেণ্ট সমবায় বেংকৰ একাউণ্টৰ পৰা ডেবিট লেনদেনৰ তদন্তত বিভিন্ন কোম্পানীলৈ শ শ কোটি টকাৰ হস্তান্তৰৰ তথ্য পোহৰলৈ আহিছে। একেদৰে ভূৱা একাউণ্টৰ পৰা যথেষ্ট ধন উলিয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।