আঞ্চলিক সংবাদ

December 18, 2024 1:24 PM

views 17

ধুবুৰী আৰু কোকৰাঝাৰ জিলাত আৰক্ষীৰ অভিযানত নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ

আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি নিচেই পুৱা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে কোকৰাঝাৰৰ জয়পুৰৰ নামপাৰাৰ পৰা চাৰিজন লোকক আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুলিগাঁৱৰ পৰা আন ৪জ...

December 18, 2024 1:20 PM

views 20

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাত কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰ জিলাতো কাইলৈৰ পৰা ২৪ নৱেম্বৰলৈ সুশাসন সপ্তাহ পালন কৰা হ'ব। এই সুশাসন সপ্তাহত বিভিন্ন ৰাজহুৱা অভিযোগসমূহৰ সমাধানৰ বাবে জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ ব...

December 18, 2024 1:18 PM

views 32

দক্ষিণ শালমাৰাৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কোকৰাডাংগাৰ শিশুমাৰা পাৰঘাট এলেকাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা পৰিস্থিতি আজি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা শ্ৰী মহন্তই বাংলাদেশ সীমান্তৰ দ্বিতীয় শাৰীত সুৰক্ষাত নিয়োজিত অসম আৰক্ষ...

December 18, 2024 1:11 PM

views 30

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছা...

December 18, 2024 10:47 AM

views 37

ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰ

২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰত উকলি যাব। হিতাধিকাৰী অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ যথা বিধি পৰীক্ষণ হ...

December 18, 2024 10:40 AM

views 37

আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চ...

December 18, 2024 10:37 AM

views 28

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কালি চলিত বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে। সমিতিয়ে বিগত বৰ্ষৰ পৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত তেওঁৰ মৃত্যু তিথি ১৭ ডিচেম্বৰৰ দিনা অসম...

December 18, 2024 10:33 AM

views 30

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ চেৰিং টবগেৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ লগতে বা...

December 18, 2024 10:22 AM

views 24

২ দিনীয়াকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিভিন্ন আঁচনি, উন্নয়নমূলক প্রকল্পৰ পৰ্যালোচনা মন্ত্ৰী কেশৱ মহন্তৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দুদিনীয়া কাৰ্যসূচীৰে জিলাখনত উপস্থিত হৈ বিভিন্ন চৰকাৰী আঁচনি, উন্নয়নমূলক প্রকল্প আদিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কার্যালয়ত কালি প্রশাসন আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। আজি জিলাখনত হ'বলগীয়া ড০ ...

December 18, 2024 10:15 AM

views 18

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনি ৰূপায়ণ হ’ব

ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ধুবুৰী জিলাত ১,২০৮গৰাকী, কাৰ্বি আংলং জিলাত ৫১৭গৰাকী, শিৱসাগৰ জিলাত ১,৭...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।