আঞ্চলিক সংবাদ

December 18, 2024 8:31 PM

views 23

ডিচেম্বৰ মাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰাক্- চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ডিচেম্বৰ মাহৰ ভিতৰত প্ৰাক্- চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো অনুমতিপ্রাপ্ত আৰু স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানত এই প্রাক্-চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অ...

December 18, 2024 8:29 PM

views 13

ৰঞ্জন দৈমাৰীৰ জামিন আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে ২০০৮ চনৰ ৩০ অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্ত এন ডি এফ বিৰ মুৰববী ৰঞ্জন দৈমাৰীৰ জামিন আবেদন অগ্ৰাহ্য কৰিছে। ন্যায়ালয়ে আজডি গোচৰৰ বৰ্তমানৰ স্থিতিলৈ চাই দৈমাৰীৰ আবেদন অগ্রাহ্য কৰে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে ২০২৫ বৰ্ষৰ শেষ ভাগলৈ মূল গোচৰটোৰ শুনানি অনুষ্ঠিত হ'ব বু...

December 18, 2024 8:28 PM

views 25

নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত

নগাঁও জিলাত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। নগাঁও ক্রীড়া সন্থাৰ নুৰুল আমিন খেলপথাৰত নগাঁও আৰু বটদ্ৰৱা বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ হৈছে। ২০ ডিচেম্বৰলৈ হ'বলগীয়া প্ৰতিযোগিতাখন আজি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰি খেলুৱৈসকলক উৎসাহিত কৰে। ৰহা বিধ...

December 18, 2024 8:25 PM

views 21

ডº গোমা দেৱী শৰ্মালৈ দেৱক’টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা

তেজপুৰ বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডº গোমা দেৱী শৰ্মাই দেৱক'টা লু শুন প্রজ্ঞা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নেপালী সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নেপালৰ দেৱক'টা লু শুন প্রজ্ঞা একাডেমীয়ে অধ্যাপকগৰাকীলৈ এই বঁটা আগবঢ়াইছে। ডº শৰ্মাৰ মননশীল লিখনিয়ে শৈক্ষিক...

December 18, 2024 8:24 PM

views 18

পৰিৱেশ সুৰক্ষা সন্দৰ্ভত যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত

যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত আজি পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট সমাজকর্মী জগন্নাথ অগ্নি বৰা আৰু প্ৰকৃতিবিদ শান্তা শর্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰে। এই সজাগতা সভাৰ লগত সংগতি ৰাখি ব...

December 18, 2024 8:22 PM

views 32

সমীৰ তাঁতী, হাউবাম সত্যৱতী দেৱী আৰু অৰণ ৰাজালৈ সাহিত্য একাডেমী বঁটা

বিশিষ্ট কবি সমীৰ তাঁতীলৈ এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে আজি নতুন দিল্লীত ঘোষণা কৰা ২১টা ভাৰতীয় ভাষাৰ ভিতৰত অসমীয়া ভাষাত ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থৰ বাবে সমীৰ তাঁতীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সাহিত্য এক...

December 18, 2024 8:10 PM

views 32

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলৰ ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীৰ মৃত্যু

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত দলটোৰ সদস্যসকলে দেশজুৰি পালন কৰা ৰাজভৱন চলো কাৰ্যসূচীৰ অংশ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকলেও আজি গুৱাহাটীত ৰাজভৱন চলো প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ ক...

December 18, 2024 8:06 PM

views 14

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ভিন ভিন জিলাত কেইবাখনো আঁচনি ৰূপায়ণ

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰে । চিৰাং জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ ক...

December 18, 2024 1:50 PM

views 23

অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে ত্রৈলোক্য বৰগোঁহাইৰ দায়িত্বভাৰ গ্ৰহণ

ত্রৈলোক্য বৰগোঁহায়ে কালি অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন শাখাৰ নতুন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯৫ চনত অইলৰ দুলীয়াজানৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ভূতাত্বিক বিভাগত কাৰ্যবাহী নবিচ হিচাপে যোগদান কৰা শ্ৰীবৰগোঁহায়ে অইলৰ ভূবিজ্ঞান আৰু তৈলাশয় শাখাৰ মুখ্য মহা-প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছ...

December 18, 2024 1:47 PM

views 27

আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা

পঞ্চম বার্ষিক ঢকুৱাখনা গ্রন্থমেলা আজিৰে পৰা ৬ দিনীয়া কাৰ্যসূচীৰে ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ লগতে চিত্রাংকন, কবিতা আবৃত্তি, কুইজ আদি বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাত কেৰিয়াৰ সজাগতা অনুষ্ঠান, চিত্ৰ আৰু ভাস্কর্য শিল্পীৰ সৈতে আলাপ, সংবাদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।