আঞ্চলিক সংবাদ

December 18, 2024 10:09 AM

views 31

এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন

অসম বিধানসভাৰ বাজেট অধিবেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বি টি চিৰ বিধানসভা ভৱনত বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ'বলগীয়া এই বাজেট অধিবেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব। বাজেট অধিবেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠি...

December 18, 2024 10:05 AM

views 32

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২০১২ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ডেৰশ শতাংশ ব্যয় বৃদ্ধিত আয়োগে অনুমোদন জনাইছে। নির্বাচনী ফলাফল ঘোষণা দুমাহৰ ভিতৰতে ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী ...

December 17, 2024 8:27 PM

views 28

বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাওঁৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে। এই বনাঞ্চলখনত বিগত বছৰত ৯ টা আৰু চলিত বছৰত ৭ টা সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্থ হৈ মৃত্যু হোৱা বিষয়টো লৈ মন্ত্ৰী শ্ৰীদাসে দুখ প্ৰকাশ কৰে৷ প্ৰায় ৪০০ সোণালী বান্দৰ থকা বঙাইগাওঁ জি...

December 17, 2024 8:26 PM

views 36

আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ সামৰণি

গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংদুপ্পা কলাকেন্দ্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত আন্দাৰ দ্য শাল ট্রী শীর্ষক নাট মহোৎসৱৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত বিভিন্ন ৰাভা লোককৃষ্টি প্ৰদৰ্শন আৰু বাদুংদুপ্পাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি কাৰ্যসূচী হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়। এই নাট মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্ত...

December 17, 2024 8:25 PM

views 13

আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ

নগাঁও চহৰৰ নেহৰুৱালিত আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ হৈছে। বিশিষ্ট সাহিত্যিক অৰুপ কুমাৰ দত্তই উদ্বোধন কৰা গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক তিলক মজুমদাৰ, শিৱানন্দ কাকতি, ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ...

December 17, 2024 8:22 PM

views 29

জনতা ভৱনত আৱকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক

আৱকাৰী মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা ভিত্তিক ৰাজহ সংগ্ৰহৰ স্থিতি পর্যালোচনা কৰাৰ লগতে বিভাগটোৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৱকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ বৃ...

December 17, 2024 8:20 PM

views 24

ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ সন্দৰ্ভত ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলী বাতিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পেটা ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ প্ৰতি সঁহাৰি জনাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে ম'হ যুঁজ আৰু বুলবুলি চৰাই যুঁজৰ অনুমতি দি ২০২৩ চনৰ ২৭ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশাৱলী বাতিল কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি ন্যায়াধীশ দেৱাশীস বৰুৱাৰ বিচাৰপীঠত পেটা ইণ্ডিয়াৰ হৈ জ্যেষ্ঠ অধিবক্তা দিগন্ত...

December 17, 2024 8:19 PM

views 18

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বহুকেইগৰাকী মন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন অনুষ্ঠানৰ অংশ হিচাপে আজি বৰপেটা জিলাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়, যে জনসাধাৰণৰ উন্নয়ন সাধনেই হৈছে বৰ্তমানৰ চৰকাৰৰ উদ্দেশ্য। ৰাজ্যৰ জনসাধাৰণৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে বিভিন্ন শিতানৰ ২...

December 17, 2024 7:09 PM

views 34

গোৱালপাৰাত ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ’ব বুলি অশোক সিংহলৰ ঘোষণা

গোৱালপাৰা জিলাত মাতৃ আৰু শিশুৰ উন্নত চিকিৎ‍সাৰ বাবে ১০০ খন বিছনাযুক্ত জননী শিশু চিকিৎসালয় স্থাপন কৰা হ'ব বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে ঘোষণা কৰিছে। স্বাস্থ্য বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে আজি প্ৰথমবাৰৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। তেওঁ চি...

December 17, 2024 7:08 PM

views 23

অহা ২০ ডিচেম্বৰত ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আর্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অন্ত

২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহে আর্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰত অন্ত পৰিব। হিতাধিকাৰী অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩- ২৪ বিত্তীয় বৰ্ষৰ যথা বিধি পৰীক্ষণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।