আঞ্চলিক সংবাদ

December 17, 2024 7:04 PM

views 21

নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰিৰ তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ

নগাঁও জিলাৰ কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ অধীনত দীৰ্ঘদিন ধৰি বিকল হৈ থকা তিনিটা জলসিঞ্চন প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জলসিঞ্চন বিভাগে কলিয়াবৰৰ বৰভগীয়াৰ সৌৰশক্তিচালিত জলসিঞ্চন প্ৰকল্পৰ লগতে কুঠৰীৰ গোহাঁই গাঁৱত থকা দ্বাৰবাগৰী গভীৰ নলী- নাদৰ দুটাকৈ সংযোগ ব্যৱস্থা প...

December 17, 2024 6:48 PM

views 20

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসমৰ মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰে। সপত্নীক দেশখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডº শৰ্মাই এই উপলক্ষে ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুক আৰু ভূটানৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ভাৰত আৰু ভূটান সভ্যতা কেন্দ্ৰিক সৌহ...

December 17, 2024 11:49 AM

views 23

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান

ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা ১১ ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। আজি বৰপেটা, দৰং, ধুবুৰী, গোৱালাপাৰা, তামুলপুৰ, বঙাইগাঁও, চিৰাং, ধেমাজি আৰু চৰাইদেউ জিলাত আয়োজিত এই কাৰ্যসূ...

December 17, 2024 11:42 AM

views 17

হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ জাৰি

পথ দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ পলায়ন কৰা অৰ্থাৎ‍ হিট এণ্ড ৰান ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ১০৬-২ নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰিছে। ন্যায়ালয়ে এই ধাৰাৰ অধীনত গোচৰ ৰুজু নকৰিবলৈ থানাসমূহলৈ নিৰ্দেশ জাৰি কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধ...

December 17, 2024 11:39 AM

views 14

অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ’ব : মন্ত্ৰী ডাঃ ৰণোজ পেগু

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ'ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। কালি মাজুলীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। ...

December 17, 2024 11:35 AM

views 15

ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিস্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰাজধানীত অনুষ্ঠিত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ শ্বেৰিং টবগে আৰু অন্যান...

December 17, 2024 11:28 AM

views 17

আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ

এই বৰ্ষৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত গুৱাহাটীত আই ই ডি সংস্থাপন কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অর্থাৎ‍ আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। NIAৰ দলে অসম আৰক্ষীৰ সহযোগত কালি ডিব্ৰুগড়ৰ জাহ্নু বৰুৱাৰ বাসগৃহত চ...

December 16, 2024 8:35 PM

views 12

গুৱাহাটী মহানগৰীত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি

গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমজিলা কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ সেৱা, ৰাইজৰ পদূলিত শীৰ্ষক বিশেষ কাৰ্যসূচী মুকলি কৰা হয়। অহা ৩১ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত ৰাইজে যানবাহনৰ অনুজ্ঞাপত্ৰ, কৰ পৰিশোধ, নথিপত্ৰৰ সকলো কামকাজ সমজিলাৰ কাৰ্যালয়ত কৰিব পাৰিব। ৰাইজৰ অসুবিধ...

December 16, 2024 8:31 PM

views 27

অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে : মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাস

গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী সৰস মেলাত অভিলেখ সংখ্যক ১৯ কোটি ৬৯ লাখ টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি ২৭খন ৰাজ্যৰ ২৩৮ খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ...

December 16, 2024 8:19 PM

views 17

অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত চিবিআইৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫খন অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু ৫ খন অভিযোগনামা দাখিল কৰিছে। ১৬ গৰাকী ব্যক্তি আৰু দুটা সংস্থাকে ধৰি মুঠ ১৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লী চি বি আইয়েও এই গোচৰ সংক্ৰান্তত চাৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।