November 12, 2024 1:18 PM November 12, 2024 1:18 PM
17
সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত নগাঁৱত এন আই এৰ অভিযান, আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা-এন আই এ-য়ে কালি নগাঁও জিলাৰ এটা স্থানত সন্ত্ৰাসবাদী সংগঠন অলকায়দাৰ উপস্থিতি সন্দৰ্ভত সন্দৰ্ভত অভিযান চলায়। কেইদিনমান পূর্বে গোৱালপাৰা জিলাত জইছ-ই-মহম্মদৰ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছতে অনুসন্ধানকাৰী সংস্থাটোৱে কালি এই অভিযান চলায়। অভিযানৰ সময়ছোৱাত বহুতো আপত্তিজনক নথ...