আঞ্চলিক সংবাদ

February 9, 2025 7:22 PM

views 30

ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত বৈঠক

ধেমাজী জিলাৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত জিলাখনৰ পশুপালন, দুগ্ধ উন্নয়ন, গ্রামোন্নয়নকে ধৰি কেইবাটাও বিভাগৰ বিষয়াসকল এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত বছৰযোৰা পৰিকল্পনা যুগুত কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত দুগ্ধ উৎ...

February 9, 2025 7:18 PM

views 19

ধেমাজিত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ সামৰণি

ধেমাজি জিলাৰ জিয়াঢলত অনুষ্ঠিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিবার্ষিক ধেমাজি অধিবেশনৰ আজি অন্তিম দিনা সহস্রাধিক সাহিত্যানুৰাগীৰ সমাগম হয়। আজি অন্তিম দিনা আয়োজিত বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাত সোণোৱাল কছাৰীৰ লগতে আন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিও প্ৰদৰ্শন কৰা হয়। অভিনেতা অৰুণ হাজৰিকাই সাংস্কৃতিক শোভাযা...

February 9, 2025 12:25 PM

views 17

ধেমাজি জিলাৰ জিয়াঢলত সোণোৱাল-কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন

ধেমাজি জিলাৰ জিয়াঢলৰ আমোলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰত চলি থকা সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ কালি দ্বিতীয় দিনা জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালে সন্মিলন উদ্বোধন কৰে। এই অনুষ্ঠানত কেইবাখনো জনগোষ্ঠীয় সাহি...

February 9, 2025 12:22 PM

views 14

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱত বিশ্বৰ ২৬ খন দেশৰ কমেও ১২০ গৰাকী লেখক, সাহিত্যিকৰ অংশগ্রহণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ কালি সামৰণি পৰে। এই মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ ২৬ খন দেশৰ কমেও ১২০ গৰাকী লেখক, সাহিত্যিকে অংশগ্রহণ কৰে। মহোৎসৱৰ দিনকেইটাত ৪৯ খন আলোচনা সত্ৰ আৰু কেইবাখনো কৰ্মশালা অনুষ্ঠিত হয়। আফ্রিকাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ আয়ো...

February 9, 2025 12:19 PM

views 15

তিনিচুকীয়া জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত বিজ্ঞান অনুসন্ধান শিশু সমাৰোহ

সমগ্ৰ শিক্ষা অসমৰ পৃষ্ঠপোষকতাত, অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত তথা তিনিচুকীয়া জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত কালি বিজ্ঞান অনুসন্ধান শিশু সমাৰোহ অনুষ্ঠিত কৰা হয়। মাকুমৰ গংগা বিচন চৌখানি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ ৫টা শিক্...

February 9, 2025 12:15 PM

views 28

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

অসমক অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ চুকুলিভৰীয়াত কালি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যজুৰি গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে আয়ো...

February 9, 2025 12:12 PM

views 27

ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত বুলি দৃষ্টিপাত অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞৰ প্ৰকাশ

পৰীক্ষাৰ সময়চোৱা ছাত্ৰ জীৱনৰ সম্পূৰ্ণ স্বাভাৱিক অংশ হিচাপে গন্য কৰি ফলাফলৰ বাবে কোনো ধৰণৰ অতিৰিক্ত চাপ নোলোৱাকৈ শিক্ষাৰ্থীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱা উচিত। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰে। ত...

February 9, 2025 12:09 PM

views 34

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাৰ নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ অসমত এখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দিব্যাংগসকলক সামর্থ-শক্তিক ৰাষ্ট্ৰ আৰু সমাজৰ নিৰ্মাণ কাৰ্যত নিয়োজিত কৰাৰ বাবে তেওঁলোকক শিক্ষা আৰু ...

February 9, 2025 12:04 PM

views 55

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰিব। যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে মহোৎসৱ...

February 9, 2025 12:00 PM

views 19

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰিব। আজি পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগৰ লগতে পুৱা ৮ বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।