আঞ্চলিক সংবাদ

January 3, 2025 12:29 PM January 3, 2025 12:29 PM

views 8

প্ৰতিবছৰে ১৩ মে’ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধ বিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচন...

January 3, 2025 12:27 PM January 3, 2025 12:27 PM

views 4

অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ৫২০ কোটি টকা আবণ্টন কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ৫২০ কোটি টকা আবণ্টন দিছে। যোৱা ৩১ ডিচেম্বৰত পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ গুৱাহাটী আৰু ইটানগৰত থকা আঞ্চলিক কার্যালয়ত পত্রযোগে এই কথা অৱগত কৰোৱা হৈছে। পত্ৰখনত উল্লেখ ...

January 3, 2025 12:23 PM January 3, 2025 12:23 PM

views 13

স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত আই আই টি, গুৱাহাটীৰ গৱেষকৰ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্রজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়...

January 2, 2025 8:18 PM January 2, 2025 8:18 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰলৈ শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতি চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ পুণ্য তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চ...

January 2, 2025 8:10 PM January 2, 2025 8:10 PM

views 2

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ সংখ্যা বৃদ্ধি

ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূর্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়...

January 2, 2025 8:09 PM January 2, 2025 8:09 PM

views 11

মাজুলীত পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হোৱা বুলি প্ৰকাশ আৰক্ষী সূত্ৰৰ

মাজুলীৰ থানাসমূহত বিগত বছৰত ৰুজু হোৱা আটাইবোৰ অপৰাধমূলক গোচৰ নিষ্পত্তি হোৱাৰ ফলত জিলাখনত নৱবৰ্ষৰ আৰম্ভণিতে পঞ্জীভুক্ত অপৰাধমূলক গোচৰৰ সংখ্যা শূণ্য হৈছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। জিলাখনত বিগত বৰ্ষত ১৫৬টা গোচৰ নিষ্পত্তি কৰা হয়। সময়মতে তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষী বাহিনীৰ কৰ্তব্যনি...

January 2, 2025 8:06 PM January 2, 2025 8:06 PM

views 11

বাক্সা জিলাৰ খাৰুৱাত এড়ী সূতা উৎপাদন কাৰখানা মুকলি

মহিলা সবলীকৰণৰ ক্ষেত্ৰত বি টি আৰ চৰকাৰৰ বিশেষ পদক্ষেপ হিচাপে আজি বাক্সা জিলাৰ খাৰুৱাত থকা হস্ততাঁত বস্ত্ৰ সংহত উদ্যানৰ চৌহদত এটা এড়ী সূতা উৎপাদন কাৰখানা মুকলি কৰা হয়। বি টি চিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আজি এই কাৰখানাটো উদ্বোধন কৰি কয় যে গ্রামাঞ্চলৰ মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰ...

January 2, 2025 8:05 PM January 2, 2025 8:05 PM

views 6

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰামধেনু উৎসৱত আজি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আজি প্ৰথম দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোল পৰিৱেশন কৰে। অনুষ্ঠানত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ পৰিকল্পনাত ‘আঁহত তলৰ ৰং' শীৰ্ষক ভিন্নসুৰী গীত-মাতৰ কাৰ্যসূচীৰ লগতে কলাক্ষেত্ৰ সমাজৰ কৰ...

January 2, 2025 8:04 PM January 2, 2025 8:04 PM

views 14

অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠকত

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা বিবাদসমূহ সৌহার্দপূর্ণভাৱে মীমাংসাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আজি অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰ্যালোচনা কৰে। তেওঁ কয়, যে মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ লগত...

January 2, 2025 8:02 PM January 2, 2025 8:02 PM

views 9

কাইলৈ আনুষ্ঠানিকভাৱে মুকলি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।