আঞ্চলিক সংবাদ

February 16, 2025 12:00 PM

views 16

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ’ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে বুলি শ্রোতাৰ মন্তব্য

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ'ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ'ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবেই অগণন শ্রোতাই এতিয়াও এই বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত ম‍ই ৰেডিঅ' কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ...

February 16, 2025 11:51 AM

views 24

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত প্ৰকাশ কৰি কয়, যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্...

February 15, 2025 7:29 PM

views 16

বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ

ধুবুৰী জিলা আৰক্ষী অধীক্ষক নবীন সিঙে বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুগুল বড়োক শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে বালি কঢ়িওৱা ডাম্পাৰ চালক এজনক আটক কৰি মুকলি কৰি দিয়াৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে ডাম্পাৰ চালকজনৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লোৱা সন্দৰ্ভত চালকজনে আৰক্ষী অধীক্ষকৰ ওচৰত...

February 15, 2025 7:27 PM

views 35

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মন্ত্ৰী পীযূষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ'বলগীয়া কামসমূহৰ বিষয়ে পর্যালোচনা কৰে। অনাগত দিনত ৰাজ্যখনৰ বিভ...

February 15, 2025 7:25 PM

views 37

মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত কৃষকক পলিচি বিতৰণ মন্ত্ৰী অতুল বৰাৰ

কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ মিৰ্জাত কৃষকসকলৰ মাজত মোৰ পলিচি মোৰ হাতত ব্যৱস্থাৰ অধীনত আনুষ্ঠানিকভাৱে কৃষকৰ মাজত পলিচি বিতৰণ কৰে। এই ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে পলিচিখনত উল্লেখ থকা প্রিমিয়াম আদি বিভিন্ন তথ্য হাততে লাভ কৰিব। উল্লেখযোগ্য যে প্রাকৃতিক দুর্যোগত কৃষকসকলক সকাহ দিয়াৰ লগতে কেন্দ্ৰ...

February 15, 2025 7:21 PM

views 10

গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন

কামৰূপ জিলাৰ গাছবাৰী হাইস্কুল প্রধান শিক্ষক অশোক চৌধুৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আজি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত পলমকৈ পৰীক্ষাকেন্দ্ৰলৈ নিয়াৰ অভিযোগত প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰা হয়। প্রশ্নকাকত পলমকৈ লৈ যোৱাক কেন্দ্ৰ কৰি পৰীক্ষাকেন্দ্ৰটোত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছ...

February 15, 2025 7:19 PM

views 23

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ১৯৬৯ চনৰ আজিৰ দিনটোতেই প্রতিষ্ঠা লাভ কৰা এই কেন্দ্ৰটোৱে উজনি অসমৰ ৯ খন জিলা তথা চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বৃহৎ সংখ্যক শ্ৰোতাৰ বাবে সেৱা আগবঢ়াই আহিছে। পুৱাৰ ভাগত মহিলা সৱলীকৰণ আ...

February 15, 2025 6:51 PM

views 14

বজং বিলৰ নান্দনিক পৰিৱেশত বৰঝাৰৰ বহু হাজাৰ লোকৰ সমূহীয়া মৎস চিকাৰত অংশগ্ৰহণ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ বৰঝৰাৰ বৰজং বিল পৰিচালনা সমিতিয়ে আয়োজন কৰা বাহো উৎসৱত বহুলোকে সমূহীয়া মৎস চিকাৰত ভাগ লয়। বজং বিলৰ নান্দনিক পৰিৱেশত অঞ্চলটোৰ বহু হাজাৰ লোকে সমূহীয়া মৎস চিকাৰত ভাগ লয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৰজং বিল উন্নয়ন সমিতিয়ে...

February 15, 2025 6:47 PM

views 28

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী আৰু আছুৰ মাজত আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত আলোচনা কৰা হ'ব। কাইলৈ দি...

February 15, 2025 6:45 PM

views 14

পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ প’ৰ্টেল মুকলি

সৌৰ শক্তিৰ ব্যৱহাৰেৰে কৃষি খণ্ডৰ সৱলীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা পি এম কুসুম আঁচনিৰ অধীনত পঞ্জীয়ন আৰু আবেদনৰ বাবে পৰহিলৈ pmkusum.assam.gov.in শীর্ষক এটা প'ৰ্টেল মুকলি কৰা হ'ব। ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ সহযোগত অসম শক্তি উন্নয়ন অভিকৰণৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ কৃষকসকলৰ প্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।