আঞ্চলিক সংবাদ

February 15, 2025 6:42 PM

views 25

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রী সংবাদমেল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত আয়োজিত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। এই সন্মিলনত বৰ্তমানলৈ ৭ হাজাৰ প্ৰতিষ্ঠানে পঞ্জীয়ন কৰাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্রীয়ে কয়, যে জাপানে অসমত এটা...

February 15, 2025 6:38 PM

views 23

ৰাজ্যত চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হয়। এইবাৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰ ভিতৰত এক লাখ ৯০ হাজাৰ ৬৫৩ গৰাকী ছাত্ৰ আৰু ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্রী আছে। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰ...

February 15, 2025 11:54 AM

views 22

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী-আছুৰ আলোচনা

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কৱচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ...

February 15, 2025 11:53 AM

views 7

এডভাণ্টেজ আছামৰ প্ৰস্তুতি সন্দৰ্ভত মূল আয়োজক গোটৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামলৈ বিনিয়োগকাৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে পূর্ণোদ্যমে প্রস্তুতি চলাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত কালি মূল আয়োজক গোটৰ সৈতে এখন পর্যালোচনাৰ বৈঠকত মিলিত ...

February 15, 2025 11:51 AM

views 19

ৰাজ্যত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ৪,২৯,৪৪৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১ লাখ ৯০ হাজাৰ ৬৫৩ গৰাকী ছাত্ৰ আৰু ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্ৰী আছে। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতি...

February 15, 2025 11:50 AM

views 9

কোকৰাঝাৰত ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত পৰহিলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে বিটিআৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ নগৰখনক সজাই-পৰাই তোল...

February 15, 2025 11:48 AM

views 14

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫৮ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান

ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰাৰ অংশ হিচাপে আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫৮ গৰাকী সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি চাৰি বজাত হ'বলগীয়া এই কার্যসূচীতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪ হাজাৰ ৫২৯ গ...

February 15, 2025 11:47 AM

views 10

আলফা স্বাধীন আৰু এন এছ চি এন (আংমাই) গোটৰে যোগাযোগকাৰী দুজনক গ্ৰেপ্তাৰ সোণাৰি আৰক্ষীৰ

আলফা স্বাধীন আৰু এন এছ চি এন (আংমাই) গোটৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা দুজন যোগাযোগকাৰীক কালি সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যোগাযোগকাৰী দুজন নগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জুৰিয়া গাঁৱৰ মহৰম আলী আৰু চৰাইদেউ জিলাৰ সঞ্জু দাস বুলি চিনাক্ত কৰা হৈছে। সোণাৰি আৰক্ষীয়ে দুয়োজন যোগাযোগকাৰীক অসম-নাগালেণ্ডৰ স...

February 15, 2025 11:46 AM

views 20

আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি নিশা ৮.০২ বজাৰ ‘দৃষ্টিপাত’ত ‘মই ৰেডিঅ’ কিয়’ শুনো শীর্ষক অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পর্কত মন...

February 15, 2025 11:44 AM

views 12

অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ-দিখৌমুখ শাখাৰ উদ্যোগত প্ৰতিষ্ঠা দিৱস আৰু অসম বিজ্ঞান দিৱস পালন

অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ-দিখৌমুখ শাখাৰ উদ্যোগত কালি শাখাৰ মুখ্য কাৰ্যালয়ত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস আৰু অসম বিজ্ঞান দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰণীয় শীৰ্ষক বিজ্ঞান দিৱসৰ মূল বিষয়ক লৈ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰসায়নবিদ পল্লব কলিতাই বক্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।