আঞ্চলিক সংবাদ

March 24, 2025 8:09 PM

views 18

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰীক্ষা কেন্দ্ৰত সংঘটিত অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ জামিন মঞ্জুৰ কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত হকৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰে। ন্যা...

March 24, 2025 8:07 PM

views 14

অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক কংগ্ৰেছ বিধায়ক নুৰুল হুদাই অপদস্থ কৰা বুলি বিজেপিৰ বিধায়কে অভিযোগ উত্থাপন কৰাত সদনত হুলস্থূলীয়া পৰিৱেশ

উপাধ্যক্ষ নোমল মমিনে আজি বিধানসভাত প্রবেশ কৰাৰ সময়ত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰা বুলি বিজেপিৰ কেইগৰাকীমান বিধায়কে বিধানসভাত অভিযোগ উত্থাপন কৰাক লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ বিশ্বজিৎ‍ দৈমাৰীয়ে সদনৰ কাম-কাজ ১০ মিনিটৰ বাব...

March 24, 2025 8:06 PM

views 21

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে আজিও দলীয় প্রার্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে পৰিষদৰ অন্তৰ্গত দুখন জিল...

March 24, 2025 8:03 PM

views 26

প্ৰচিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে মাখন ফুকনৰ দায়িত্বভাৰ গ্ৰহণ

তদন্তকাৰী সংস্থা আৰু ন্যায়পালিকাক সহায়ৰ লক্ষ্যৰে অসম চৰকাৰে গঠন কৰা প্ৰচিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে আজি মাখন ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শ্ৰী ফুকনে দায়িত্বভাৰ গ্ৰহণ কৰে। সঞ্চালকালয়ৰ উপ-সঞ্চালক হিচাপে অধিবক্তা ধনেশ দা...

March 23, 2025 8:29 PM

views 26

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান

তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। এই বুৰঞ্জী প্ৰণয়নৰ বাবে ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্রতিশ্রুতি দিছে। জাগীৰোড সমষ্টিৰ ঔজাবীত আজি অনুষ্ঠিত ত্রয়োদশ ত্রিবার্ষিক তিৱা মাথনলাই টা অর্থাৎ তিৱ...

March 23, 2025 8:24 PM

views 23

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ

বাক্সা জিলাৰ সমবায় ব্যৱস্থা শক্তিশালী আৰু শৃংখলিত কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্রী অর্জুন ৰাম মেঘৱালে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ আৰু অগ্রগতি পর্যালোচনাৰ বাবে কালি জিলাখনত উপস্থিত হোৱা কেন্দ্রীয় আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী মেঘৱালে জিলা আয়ুক্তৰ ...

March 23, 2025 7:53 PM

views 43

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে...

March 23, 2025 7:23 PM

views 18

সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ সামৰণি

ধেমাজিৰ নিলখ হাইস্কুল খেলপথাৰৰ বিশ্ববীৰ চিলাৰায় সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনৰ ৩৬ সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আজি সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশৰূপে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জনগোষ্ঠীটোৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্রতিফলন ঘটোৱা হয়। ৰাজ্যৰ বিভিন্ন ...

March 23, 2025 7:20 PM

views 26

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শিল-বৰষুণৰ ফলত বিস্তৰ ক্ষতি

পশ্চিম কার্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত আজি দিনৰ ভাগত হোৱা প্ৰচণ্ড শিল-বৰষুণৰ ফলত জিলাখনত বিস্তৰ ক্ষতি হয়। জিলাখনৰ চিংথং পৰিষদীয় সমষ্টিৰ নং এহ লুবৈত হোৱা এই শিল-বৰষুণৰ ফলত বিস্তীর্ণ অঞ্চলৰ কৃষি ভূমি নষ্ট হোৱাৰ লগতে কেইবাটাও বাসগৃহ ক্ষতি হয়। উল্লেখযোগ্য যে যোৱা ২৩ ফেব্ৰুৱাৰীত জিলাখনত শিল-বৰষুণৰ ...

March 23, 2025 7:17 PM

views 27

ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ  পকী দলঙৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি সমষ্টিৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত ৪ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।