আঞ্চলিক সংবাদ

March 23, 2025 6:45 PM

views 31

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উৱলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ কৰা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বন বিভাগে মেঘালয়ৰ চোৰাং চিকাৰীয়ে এমাহ পূর্বে হাতীটো হত্যা কৰি দাঁত, শুঁৰ, মঙহ আদি ক...

March 23, 2025 6:41 PM

views 34

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধাত নতুনকৈ নিৰ্মাণ কৰা এছ এম হাস্পতালত আজি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়। পুৱাৰে পৰা হাস্পতালখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দৰিদ্ৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতালখনত ভিৰ পৰিলক্ষিত হয়। বিনামূলীয়া চিকিৎসা শিবিৰ জৰিয়তে ৰোগীসকলক স্...

March 23, 2025 6:38 PM

views 25

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সোমবাৰৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বিষয়সমূহৰ পৰীক্ষা বাতিল

প্রশ্নকাকত ফাদিল আৰু প্ৰ'টকল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ'বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ'বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈঠ...

March 23, 2025 6:34 PM

views 17

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অভিযান চলিছে। বিজেপি, ৰাভা হাছং যৌথ সমিতি আৰু অগপই ঐক্যবদ্ধভাৱে নির্বাচনী যুঁজত নামি প্ৰচাৰ অভিযান চলাই আছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই ৰাভা হাছং এলেকাত উপস্থিত হৈ আগিয়া পৰিষদীয় সমষ্টিৰ বিজেপি প্র...

March 23, 2025 6:29 PM

views 42

ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে প্রতিষ্ঠা কৰিবলৈ লোৱা প্ৰচেষ্টাৰ কেইবাটাও ব্যৱস্থা আৰম্ভ হৈছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণৰ অন্তিম দিনা আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সভাগৃহত লোকনির্মাণ, গৃহবিভাগ আৰু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা ৩০০ কোটি ট...

March 23, 2025 12:26 PM

views 11

তিনিদিনীয়া ভ্রমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ছিংগাপুৰলৈ ৰাওনা

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছিংগাপুৰ চৰকাৰৰ আমন্ত্রণমর্মে তিনিদিনীয়া ভ্রমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে সামুদ্রিক ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি, বন্দৰ উন্নয়ন, জাহাজ মেৰামতি খণ্ডৰ ৰূপান্তৰ তথা জলপথ আৰু সামুদ্রিক খণ্ডৰ সৈতে জড়িত কেইবাটাও গু...

March 23, 2025 12:21 PM

views 15

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ’বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল

প্ৰশ্নকাকত ফাদিল আৰু প্ৰ'ট'কল উলংঘাৰ বাতৰিৰ বাবে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কাইলৈৰ পৰা ২৯ মাৰ্চলৈ হ'বলগীয়া বাকী বিষয়সমূহৰ পৰীক্ষা বাতিল কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কাইলৈ হ'বলগীয়া অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৈ...

March 23, 2025 12:08 PM

views 25

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কালি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়...

March 23, 2025 12:04 PM

views 22

ধেমাজিৰ সীমামূৰীয়া গাঁওসমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ’ব : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ সীমামূৰীয়া গাঁও সমূহত আন্তঃৰাজ্যিক সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে জিলাখনত সীমা সমস্যা থকা দহখন গাঁৱৰ ভিতৰত ৭ খনৰ সমস্যা সমাধান হৈছে আৰু ৩ খনৰ সমস্...

March 22, 2025 9:18 PM

views 19

দৰং জিলাক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ১২৮.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ চূড়ান্ত জৰীপত অনুমোদনঃ সাংসদ দিলীপ শইকীয়া

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰায় চাৰে ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ১২৮ দশমিক ৭-৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ চূড়ান্ত জৰীপত অনুমোদন হৈছে আৰু চলিত মাহতে এই প্ৰতিবেদন প্রকাশ পাব। দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মঙলদৈ মহাবিদ্যালয়ত প্ৰধানমন্ত্রী উচ্চতৰ শিক্ষা আঁচনিৰ অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।