আঞ্চলিক সংবাদ

March 22, 2025 9:16 PM

views 25

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত উদ্ভাৱন মহোৎসৱৰ আয়োজন

গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই ৰাষ্ট্ৰীয় উদ্ভাৱন ফাউণ্ডেচনৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ উদ্ভাৱন মহোৎসৱৰ আয়োজন কৰিছে। উদ্ভাৱনী আৰু সৃষ্টিশীল কামকাজত জড়িত হ'বলৈ জনসাধাৰণক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে আয়োজন কৰা এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উদ্ভাৱক আৰু শিপিনীসকলে অংশগ্ৰহণ কৰ...

March 22, 2025 9:15 PM

views 11

হোজাইৰ ডবকাত অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি হোজাই জিলাৰ ডবকাত স্বচ্ছ ভাৰত নগৰীয়া অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া এটা অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস কৰে। ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে ডবকা চহৰৰ প্ৰতিটো ৱাৰ্ড পৰ...

March 22, 2025 9:13 PM

views 19

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ'ত আজি আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই বৈঠালাংছ' আৰক্ষীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ২০টা কণ্টেইনাৰত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰা...

March 22, 2025 9:12 PM

views 19

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ মাৰ্চৰ পৰা অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। এই প্ৰশিক্ষণত আধুনিক পদ্ধতিৰে কণীধান খেতিৰ কাৰিকৰী দিশ, প্ৰসংস্কৰণ, বজাৰৰ চাহিদা সৃষ্টিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়। তদুপৰি ২০গৰাকী প্ৰশিক্ষাৰ্থ...

March 22, 2025 9:11 PM

views 15

বোকাখাত নাট্য মন্দিৰত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা আৰম্ভ

আজিৰে পৰা বোকাখাতত ৫ দিনীয়াকৈ বোকাখাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এই গ্রন্থমেলাত গ্ৰন্থ অধ্যয়নৰ জৰিয়তেহে সমাজৰ সামগ্রিক উত্তৰণ সম্ভৱ এই চিন্তাক মূল বিষয় হিচাপে লোৱা হৈছে। আজি গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনী বিশিষ্ট চিত্রশিল্পী চম্পক বৰবৰাই ...

March 22, 2025 9:09 PM

views 16

আইপিএলত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ চাৰিটা বৃহৎ পৰিৱৰ্তন

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত এইবাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) চাৰিটা বৃহৎ পৰিৱৰ্তন কৰিছে। পৰিষদৰ মুখ্য কাৰ্যালয়ত কালি দলসমূহৰ অধিনায়ক, প্ৰশিক্ষক আৰু প্ৰৱন্ধকসকলৰ সৈতে বিচিচিআইৰ এখন বৈঠকত সর্বসন্মতিক্রমে বলত লেলাৱতি লগোৱা কাৰ্যত অনুমতি দিয়া হয়। ক'ভিড মহামাৰীৰ সম...

March 22, 2025 9:08 PM

views 10

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত নগাঁও-মাকুম ছোৱালী দল

নগাঁও-মাকুমৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেলৰ পাছত মাকুমে গ্রুপ-এৰ শীৰ্ষ দল হিচাপে আৰু নগাঁও দলে গ্ৰুপ- বিৰ শ্ৰেষ্ঠ দল হিচাপে ফাইনেলত প্ৰ...

March 22, 2025 7:23 PM

views 8

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি, উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীসভাৰ বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে বিতংভ...

March 22, 2025 7:22 PM

views 28

বিশ্ব জল দিৱস উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান

আজি বিশ্ব জল দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা শ্বেয়াৰ কৰি কয় যে, পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যৎ প্ৰজন্মৰ ব...

March 22, 2025 7:20 PM

views 19

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি নিশা ৮.৩০-৯.৩০ বজালৈ ধৰিত্ৰী ঘণ্টা

জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা চাৰে ৮ বজাৰ পৰা চাৰে ৯ বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ১৯০ খনতকৈও অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এই বছৰ সকলোৰে বাবে প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।